ETV Bharat / state

প্ৰেম কৰি কিয় লক্আপত সোমাল প্ৰেমিক প্ৰেমিকা

author img

By

Published : Aug 4, 2019, 9:33 PM IST

প্ৰেমে বয়সৰ বাধা নামানে যদিও, আদহীয়া বয়সত প্ৰেম নকৰাই ভাল ৷ পৰকীয়া প্ৰেম কৰি বটদ্ৰবাত আৰক্ষীৰ লক্আপত সোমাল দুই প্ৰেমিক-প্ৰেমিকা ৷ কিয় সংঘটিত হ'ল এই ঘটনা, চাওক এই প্ৰতিবেদন................

প্ৰেম কৰি কিয় লক্আপ সোমাল প্ৰেমিক প্ৰেমিকা

প্ৰেমে বয়সৰ বাধা নামানে যদিও, আদহীয়া বয়সত প্ৰেম নকৰা ভাল ৷ পৰকীয়া প্ৰেম কৰি বটদ্ৰবাত আৰক্ষীৰ লক্আপত সোমাল দুই প্ৰেমিক-প্ৰেমিকা ৷ কিয় সংঘটিত হ'ল এই ঘটনা, চাওক এই প্ৰতিবেদন................

প্ৰেম কৰি কিয় লক্আপ সোমাল প্ৰেমিক প্ৰেমিকা

প্ৰেমে বয়সৰ বাধা নামানে যদিও, আদহীয়া বয়সত প্ৰেম নকৰা ভাল ৷ পৰকীয়া প্ৰেম কৰি বটদ্ৰবাত আৰক্ষীৰ লক্আপত সোমাল দুই প্ৰেমিক-প্ৰেমিকা ৷ কিয় সংঘটিত হ'ল এই ঘটনা, চাওক এই প্ৰতিবেদন................

প্ৰেম কৰি কিয় লক্আপ সোমাল প্ৰেমিক প্ৰেমিকা
Intro:বটদ্ৰৱাত ককা আইতাৰ প্ৰেম । অবৈধ প্ৰেম কৰি ৰাইজৰ ৰোষত এহাল দম্পতী । Body:তুমি মোক লৈ যোৱা, তোমাক নাপালে মই আত্মহত্যা কৰিম। তুমি মোৰ সপোন, মোৰ জীৱন কেৱল তোমাৰ বাবেই। হয়, প্ৰেম আৰম্ভণিতে দুজন প্ৰেমিক -প্ৰেমিকাৰ প্ৰেমৰ পবিত্ৰ কণিকা গুণগুণাই থাকে সৰ্বত্ৰে । কিন্তু বটদ্ৰৱাত এইবেলি সংঘটিত হৈছে এহাল ককা আইতাৰ সুমধুৰ প্ৰেম কাহিনী। হয় প্ৰেমে নামানে জাতিকুল, প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমত নাই ধৈৰ্যৰ বান্ধোন । ঘটনাৰ স্থান বটদ্ৰৱা চলিত বৰ্ষৰ ২৭ মাৰ্চত বটদ্ৰৱাৰ ভটিয়নী গাঁৱৰ ৰঞ্জিত বিশ্বাস নামৰ লোক জনৰ লগত ৰূপালী বৰা নামৰ বিবাহিত মহিলাই
অবৈধ প্ৰেমত মচগুল হৈ ঘৰৰ কাম কৰা লোক জনৰ লগত পলাই গৈছিল। সূদুৰ ডিব্ৰুগড়ত প্ৰায় ৫ মাহ সুখেৰে একে লগে থাকি দেখিছিল ন ন সপোন । কিন্তু দুটাকৈ পৰিয়ালক বিশ্বাসঘাতকতা কৰি দেওবাৰে দুয়ো ৰঙীন সপোন আৰু ৰঙীন কাপোৰ পৰিধান কৰি উপস্থিত হয়হি বটদ্ৰৱাৰ ভেটিয়ানিত। সেই অবৈধ ৰঙীণ কাপোৰৰ অবৈধ প্ৰেম কাহিনীৰ কলংকৰ দাগ ভেটিয়ানি গাঁৱত আশ্ৰয় নাপাই তাৰ অপেক্ষাত ৰৈ আছিল ভেটিয়ানি গাঁৱৰ মহিলা । দেওবাৰে দম্পতীহালে ভেটিয়ানি গাঁৱত উপস্থিত হোৱাৰ লগে লগে শতাধিক মহিলাই দুয়োকে আটক কৰি বটদ্ৰৱা থানাত চমজাই দিয়ে। উল্লেখ্য যে, ৰঞ্জিত বিশ্বাস নামৰ লোক জনৰ পূৰ্বেও দুজনী মহিলা বিয়া পতা আৰু বৰ্তমান তেওঁৰ তিনি গৰাকী জীয়ৰী আৰু এজন পুত্ৰৰ ওপৰিও নাতি-নাতিনী আছে। ঠিক তেনেদৰে ৰূপালী বৰাও দুজনকৈ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ । বিগত পাঁচ মাহ বটদ্ৰৱা আৰক্ষীৰ নিদ্ৰা হৰণ কৰি ডিব্ৰুগড়ত গোপনে থকা এই দম্পতিহালক ৰাইজে চমজাই দিয়াত এতিয়া দুয়ো ককা আইতা ৰঙা ঘৰৰ আলহী ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.