ETV Bharat / state

ভতিজাকক যৌন নিৰ্যাতন; অভিযুক্তক চেন্দেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে - বঢ়মপুৰৰ কঠিয়াতলী

নগাঁও জিলাৰ বঢ়মপুৰৰ কঠিয়াতলীত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড ৷ অভিযুক্তক চেন্দেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে

কঠিয়াতলীত ভতিজাকক যৌন নিৰ্যাতন চলাই ৰাইজৰ ৰোষত পেহাক
author img

By

Published : Sep 21, 2019, 5:00 PM IST

বঢ়মপুৰ, 21 ছেপ্তেম্বৰ: নগাঁও জিলাৰ বঢ়মপুৰৰ কঠিয়াতলীত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড ৷ নিজ ভতিজাকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত চেন্দেলৰ মালা পিন্ধি ৰাইজৰ,লপা-থপা খাব লগা হ'ল পেহাক বাবালা নায়কে ৷ ঘটনা অনুসৰি কঠিয়াতলী মুদৈ বস্তীৰ বাবলা নায়কৰ ঘৰলৈ কোনো বিশেষ কাৰণত ফুৰিবলৈ অহা 14 বছৰীয়া ভতিজাকক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাবলা নায়কে ধৰ্ষণ কৰাৰ অভিযোগ উঠে ৷ ইয়াৰ পাচতে উত্তেজিত ৰাইজৰ ৰোষৰ বলি হ'ব লগা হয় অভিযুক্ত বাবলা নায়ক ৷ ৰাইজে অভিযুক্ত বাবলাক ৰাইজে আটক কৰি চেণ্ডেলৰ মালা পিন্ধাই,লপা -থপা দি কঠিয়াতলী আৰক্ষীক গতাই দিয়ে ৷

Intro:নগাঁৱৰৰ বঢ়মপুৰ কঠিয়াতলীত ভতিজাকক যৌন নিৰ্যাতন চলাবলৈ গৈ চেন্দেলৰ মালা পিন্ধি ৰাইজৰ,লপা-থপা খাব লগা হল পেহাক বাবালা নায়ক। অভিযুক্তক চেন্দেলৰ মালা পিন্ধাই ,লপা-থপা দি অাৰক্ষীক চকীত গতালে ৰাইজে।

Anchor +Vo- ফুলৰ মালা নহয় , জোতা চেন্দেলৰ মালা পিন্ধাই,লপা-থপা দি শোভাযাত্ৰা কৰি ৰাজপথেৰে লৈ যোৱা এই মানুহজনৰ নাম বাবলা নায়ক।এই দৃশ্য নগাঁও জিলাৰ কঠিয়াতলীৰ।শণিবাৰে পূৱাই কঠীয়াতলীৰ মূদৈ বস্তিৰ বাবলা নায়ক নামৰ ব্যক্তি জনৰ গাত লাগিল শণি।বাবালাৰ অপৰাধ কি জানেনে। নিজৰে ভতিজাকক ধৰ্ষণ কৰাৰ এক গুৰুতৰ অভিযোগ এইজন বাবলা নায়কৰ বিৰুদ্ধে। সেয়ে জোতা ,চেন্ডেলৰ মালা পিন্ধাই এনেদৰে লপা থপা দি ধৰ্ষণকাৰীক ৰাইজৰ মাজত চিনাকী কৰি দিয়ে। অভিযোগ অনুসৰি শণিবাৰে পূৱা কঠিয়াতলী মুদৈ বস্তীৰ বাবলা নায়কৰ ঘৰলৈ কোনো বিশেষ কাৰণত ভতিজাক অাহিছিল।কিন্তু সেই সময়ত পেহাক বাবালাই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ১৪ বছৰীয়া ভতিজাকক ধৰ্ষণ কৰা বুলি অভিযোগ উঠিছে।কিশোৰী গৰাকীৰ মুখেৰে সকলো কথা পোহৰলৈ অহাত ধৰ্ষণত অভিযুক্ত বাবলাক ৰাইজে আটক কৰি চেণ্ডেলৰ মালা পিন্ধাই,লপা -থপা দি কঠিয়াতলী আৰক্ষী চকীত গতাই দিয়ে।

Byte-কিশোৰীৰ আত্মীয়

Body:Vo-অভিযুক্ত বাবলা নায়কৰ বিৰুদ্ধে পৰৰ্বতী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ'ব।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.