ETV Bharat / state

নগাঁৱৰ চৰকাৰী কাৰ্যালয়ত স্বয়ংক্রিয় চেনিটাইজ মেচিন - নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়

নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত এই যন্ত্ৰটো স্থাপন কৰা হৈছে ৷ কাৰ্যালয়টোলৈ অহা সকলো কৰ্মাচাৰী বা আন লোকৰ বাবে বাধ্যতামূলক কৰা হৈছে ছেনটাইজেশ্যন ৷

নগাঁৱৰ চৰকাৰী কাৰ্যালয়ত স্বয়ংক্রিয় চেনিটাইজ মেচিন

author img

By

Published : Jun 24, 2020, 6:52 AM IST

Updated : Jun 24, 2020, 7:38 AM IST

নগাঁও, 24 জুনঃ নগাঁৱৰ এটা চৰকাৰী কাৰ্যালয়ে স্থাপন কৰিছে স্বয়ংক্রিয় চেনিটাইজ মেচিন ৷ বৰ্তমান ৰাজ্যত আৰম্ভ হোৱা কৰ'ণাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত এই যন্ত্ৰটো স্থাপন কৰা হৈছে ৷

নগাঁৱৰ চৰকাৰী কাৰ্যালয়ত স্বয়ংক্রিয় চেনিটাইজ মেচিন

কাৰ্যালয়টোৰ কৰ্মচাৰী সকলৰ নিজা প্ৰচেষ্টাৰে এই যন্ত্ৰটো স্থাপন কৰা হৈছে ৷ যন্ত্ৰটোৰ তলেৰে আহিলেই ছেনিটাইজ হ'ব পৰা যায় ৷ উল্লেখ্য যে, কাৰ্যালয়টোলৈ অহা সকলো কৰ্মাচাৰী বা আন লোকৰ বাবে বাধ্যতামূলক কৰা হৈছে ছেনটাইজেশ্যন ৷

ইফালে মেচিনটোৰ জৰিয়তে ছেনিটাইজিং কৰি বিশেষভাৱে আমোদ পোৱাও পৰিলক্ষিত হৈছে কাৰ্যালয়টোলৈ অহা লোকসকল ।

লগতে পঢ়কঃ অসমত COVID আক্ৰান্তই অতিক্ৰম কৰিলে 6000ৰ সীমা

Last Updated : Jun 24, 2020, 7:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.