ETV Bharat / state

ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ - Kapili River

বিজেপি যুৱনেতা সঞ্জীৱ হাজৰিকাই বানাক্ৰান্ত লোকৰ খবৰ লৈ নিজৰ গাঁঠিৰ ধন ভাঙি খাদ্য সামগ্ৰী যোগান ধৰি সকাহ দিছে ৰাইজক ।

Assam Flood Update
ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ
author img

By

Published : Jul 16, 2020, 11:11 AM IST

Updated : Jul 16, 2020, 11:52 AM IST

ৰহা, 16 জুলাই : ভয়ংকৰ বানত ককবকাইছে ৰহা সমষ্টিৰ মাগুৰগাওঁ, প্ৰমিলা, কমাৰগাওঁ, আমতলা আদি পঞ্চায়তৰ হাজাৰ হাজাৰ লোকে । বৰপানী নদীৰ বানে তচ-নচ কৰি দিলে সকলো । ৰহাৰ জৰাবাৰী মৌজাৰ ঘৰ-বাৰী সকলো এতিয়া পানীৰ তলত । তৎস্বত্তেও এই পৰ্যন্ত চৰকাৰ, প্ৰশাসন তথা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে কোনো সাহাৰ্য প্ৰদান কৰা নাই বন্যাৰ্তক । ফলত জলবন্দী লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।

এনে পৰিস্থিতিৰ মাজতে ৰহাৰ বিজেপি যুৱনেতা সঞ্জীৱ হাজৰিকাই বানাক্ৰান্ত লোকৰ খবৰ লৈ নিজৰ গাঁঠিৰ ধন ভাঙি খাদ্য সামগ্ৰী যোগান ধৰি সকাহ দিছে ৰাইজক । কিন্তু চৰকাৰৰ পৰা কোনো সাহাৰ্য নোপোৱাত ক্ষোভিত হৈ পৰিছে বন্যাৰ্ত । তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিধায়ক ডিম্বেশ্বৰ দাসক ।

ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ

লগতে পঢ়ক : ক’ভিডৰ পাচত কমেও 20 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিব শিক্ষা : ছেভ্ দ্যা চিলড্ৰেন

Last Updated : Jul 16, 2020, 11:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.