ETV Bharat / state

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ

আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে যেন ফাঁট মেলিব ধৰিছে কংগ্ৰেছ-এআইইউডিএফ-ৰ মিত্ৰতাত । ধিং সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছ নেতৃত্বক প্ৰদান কৰিলে সকীয়নি ৷

author img

By

Published : Feb 17, 2021, 8:39 AM IST

কংগ্ৰেছৰে মিত্ৰতা ভংগৰ হুংকাৰ কিয় দিলে বিধায়ক অমিনুলে !

নগাঁও,17 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছে দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছক আহ্বান জনাইছে বিধায়ক ইছলামে । অন্যথা মিত্রতা ভংগ কৰাৰ হুংকাৰ প্ৰদান কৰে বিধায়ক আমিনুল ইছলামে । নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰী কংগ্ৰেছৰ নেতাসকলক দলীয় নেতৃত্বই দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে বিধায়ক আমিনুল ইছলামে ৷

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ

শিৱসাগৰত অনুষ্ঠিত কংগ্ৰেছৰ জনসভাত ৰাহুল গান্ধীৰ সন্মুখত কংগ্ৰেছ নেত্রী সুস্মিতা দেৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী গামোচা পৰিধান নকৰাৰ বাবে ধিঙৰ বিধায়কগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ লগতে আৰক্ষী বিভাগৰ এছ আই পদৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘ​টিত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ৷

লগতে পঢ়কঃ চেঙাত পাঁচটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলী আহমেদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.