ETV Bharat / state

নগাঁৱত সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ

শনিবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল নগাঁও ৷ আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল কলেজ শিক্ষক সন্থা ৷ সদৌ অসম কলেজ শিক্ষক সন্থা নগাঁও, মৰিগাঁও মণ্ডলৰ উদ্যোগত আয়োজন কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ৷

author img

By

Published : Dec 14, 2019, 5:31 PM IST

All Assam Teacher's Union protest at Nagaon
নগাঁৱত সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ

নগাওঁ,14 ডিচেম্বৰঃ অৱশেষত ৰাষ্ট্ৰপতিৰ মোহৰেৰে আইনত পৰিণত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ আনহতে,আইনখন বাতিল কৰাৰ দবীত ৰাজ্যৰ চুকে কোণে অব্যাহত আছে প্ৰতিবাদ ৷ শনিবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল নগাঁও ৷ আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল কলেজ শিক্ষক সন্থা ৷ সদৌ অসম কলেজ শিক্ষক সন্থা নগাঁও, মৰিগাঁও মণ্ডলৰ উদ্যোগত আয়োজন কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ৷

নগাঁৱত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিওৱা হয় প্ৰতিবাদী সমদল ৷ উক্ত কাৰ্যসূচীত সংগঠনটোৰ নেতা কৰ্মীৰ লগতে অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ৷

আৰু পঢ়ক- ভাৰতৰ 5 ৰাজ্যই মানি নলয় নাগৰিকত্ব সংশোধনী আইন

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত কলেজ শিক্ষক সন্থা, দল সংগঠনৰ প্ৰতিবাদ।

Body:অৱশেষত আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও উত্তাল নগাওঁ। শনিবাৰে নগাঁৱত এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কলেজ শিক্ষক সন্থা। সদৌ অসম কলেজ শিক্ষক সন্থাৰ নগাওঁ, মৰিগাঁও মণ্ডলৰ উদ্যোগত নগাঁৱত উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল।
dl -teachers protest

শনিবাৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিওৱা হয় প্ৰতিবাদী সমদল। সংগঠনটোৰ নেতা কৰ্মীৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই সমদলত। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী।
dl- ajycp protest
---------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৪-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.