ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি এ জে ৱাই চি পিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Apr 22, 2020, 5:43 PM IST

Updated : Apr 22, 2020, 9:16 PM IST

অস্বাভাৱিক হাৰত পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে ।

ajycp_leader_comment_on_petrol_price
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি এ জে ৱাই চি পিৰ প্ৰতিক্ৰিয়া

নগাঁও, 22 এপ্ৰিল: দেশজুৰি চলি থকা লক ডাউনে সৰ্বসাধাৰণক আর্থিকভাৱে এক প্ৰকাৰে জুৰুলা কৰাৰ সময়তে হঠাৎ বৃদ্ধি কৰা হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য। অস্বাভাৱিক হাৰত পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে ।

দুৰ্যোগৰ সময়ত এয়া সাধাৰণ জনতাৰ ওপৰত চৰকাৰৰ এক মাধমাৰ বুলি মন্তব্য কৰে সংগঠনটোৰ নেতা কাশ্যপ ফুকনে। পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব বুলিও আশংকা কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক :সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত

Last Updated : Apr 22, 2020, 9:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.