নগাঁও, 29 জুনঃ ফেচবুকত বিতৰ্কিত মন্তব্য কৰি সতীৰ্থ অধিবক্তাৰ ৰোষত অধিবক্তা । অভিযুক্ত অধিবক্তা দেৱব্ৰত শইকীয়াক গ্ৰেপ্তাৰৰ দাবী সতীৰ্থৰ ৷ চ'ছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ দেৱব্ৰত শইকীয়া নামৰ অধিবক্তা গৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰে ৷ অধিবক্তা গৰাকীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠিছে
মহিলা অধিবক্তাসকল ৷ বিতৰ্কিত মন্তব্য দিয়া অধিবক্তা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰা হয় ৷ লগতে অভিযুক্ত দেৱব্ৰত শইকীয়াক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে মহিলা অধিবক্তাই । অন্যথা আন্দোলৰো হুংকাৰ দিয়ে মহিলা প্ৰতিবাদকাৰীসকলে ৷
ফেচবুকত অধিবক্তাৰ অশ্লীল মন্তব্য - অধিবক্তা
চ'ছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ দেৱব্ৰত শইকীয়া নামৰ অধিবক্তা গৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰে ৷ অধিবক্তা গৰাকীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠিছে মহিলা অধিবক্তাসকল
নগাঁও, 29 জুনঃ ফেচবুকত বিতৰ্কিত মন্তব্য কৰি সতীৰ্থ অধিবক্তাৰ ৰোষত অধিবক্তা । অভিযুক্ত অধিবক্তা দেৱব্ৰত শইকীয়াক গ্ৰেপ্তাৰৰ দাবী সতীৰ্থৰ ৷ চ'ছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ দেৱব্ৰত শইকীয়া নামৰ অধিবক্তা গৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰে ৷ অধিবক্তা গৰাকীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠিছে
মহিলা অধিবক্তাসকল ৷ বিতৰ্কিত মন্তব্য দিয়া অধিবক্তা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰা হয় ৷ লগতে অভিযুক্ত দেৱব্ৰত শইকীয়াক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে মহিলা অধিবক্তাই । অন্যথা আন্দোলৰো হুংকাৰ দিয়ে মহিলা প্ৰতিবাদকাৰীসকলে ৷
Body:সম্প্ৰতি ফেচবুকত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিবেশ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰি থকাৰ সময়তে নগাঁৱৰ এগৰাকী অধিবক্তাই ফেচবুকত কৰা এক বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। দেৱব্ৰত শইকীয়া নামৰ নগাঁৱৰ অধিবক্তাগৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰাৰ পিছতেই অধিবক্তা জনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহিলা অধিবক্তাসকল। বিতৰ্কিত মন্তব্য দিয়া অধিবক্তা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে অধিবক্তাসকলে। অভিযুক্ত দেৱব্ৰত শইকীয়াক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে মহিলা অধিবক্তাই। অন্যথা আন্দোলৰো হুংকাৰ দিয়ে অধিবক্তাই।
bite.
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-৬-১৯
Conclusion: