ETV Bharat / state

নগাঁও কাফিতলীত অজগৰ উদ্ধাৰ - উদ্ধাৰ

নগাঁও কাফিতলীত অজগৰ উদ্ধাৰ । উদ্ধাৰ হোৱা অজগৰ ডালৰ দৈঘ্য ১৩ ফুটৰো অধিক

নগাঁও কাফিতলীত উদ্ধাৰ অজগৰ
author img

By

Published : Aug 6, 2019, 6:48 PM IST

নগাঁও,6 আগষ্ট : নগাঁৱৰ কঠিয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ ৷ উদ্ধাৰ হোৱা অজগৰ ডালৰ দৈঘ্য ১৩ ফুটৰো অধিক ৷ কাফিতলীৰ পাপু হুছেইনৰ ঘৰত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰডাল ৷ অজগৰ ডালে পাপু হুছেইনৰ ঘৰৰ গৰালত ভক্ষণ কৰে চাৰিটাকৈ হাঁহ ৷ পাপু হুছেইনে অজগৰ ডাল প্ৰত্যেক্ষ কৰা পাছত স্থানীয় ৰাইজৰ সহযোগত অজগৰ ডাল ধৰি গতাই দিয়ে বন বিভাগক । পাছত বনবিভাগৰ লোকসকলে সুস্থ অৱস্থাত কন্দলী পাহাৰত এৰি দিয়ে অজগৰ ডালক ৷

Intro:নগাঁও কাফিতলীত অজগৰ উদ্ধাৰ । 
Anchor= নগাৱৰ কঠিয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ । উদ্ধাৰ হোৱা অজগৰ ডালৰ দৈঘ্য ১৩ ফুটৰো অধিক। কাফিতলীৰ পাপু হুছেইনৰ ঘৰত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰ ডাল।গৰালত বান্ধি থোৱা অৱস্থাত চাৰিটাকৈ হাঁহ ভক্ষণ কৰিছিল অজগৰ ডালে পুনৰ পঞ্চমটো হাঁহ খাব ধৰোঁতেই প্ৰত্যক্ষ কৰে গৃহস্থই। লগে লগে পাপু হুছেইনে স্থানীয় ৰাইজক খবৰ দিয়ে ।পাপু হুছেইনে স্থানীয় ৰাইজৰ সহযোগত অজগৰ ডাল ধৰি বন বিভাগৰ লোকক চমজাই দিয়ে । পিছত বনবিভাগৰ লোকসকলে সুস্থ অৱস্থাত অজগৰ ডালক কন্দলী পাহাৰত এৰি দিয়ে ।Body:Byte=গৃহস্থ ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.