ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ লুপ্তপ্ৰায় ধনেশ পক্ষী - hornbill

কলিয়াবৰত আহত অৱস্থাত উদ্ধাৰ লুপ্তপ্ৰায় ধনেশ পক্ষী ৷ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ পক্ষীটোক ৷

কলিয়াবৰত উদ্ধাৰ লুপ্তপ্ৰায় ধনেশ পক্ষী
author img

By

Published : Jul 29, 2019, 10:20 AM IST

কলিয়াবৰ, 29 জুলাইঃ কলিয়াবৰ শিলঘাটস্থিত কামাখ্যা সংৰক্ষিত বনাঞ্চলত এটা জলাশয়ৰ পানীযুঁৱলীৰ পৰা দেওবাৰে উদ্ধাৰ কৰা হয় এটা ধনেশ পক্ষী ৷ উল্লেখযোগ্য যে, বন বিভাগে ধনেশ পক্ষীটো উদ্ধাৰ কৰাৰ সময়ত আহত অৱস্থাত আছিল ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত আহত পক্ষীটোক দেওবাৰে নিশাই উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, ক্ৰমাৎ লুপ্তপ্ৰায় পক্ষীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ধনেশ পক্ষী ।

Intro:কলিয়াবৰৰ শিলঘাট আহত ধনেশ পক্ষী উদ্ধাৰ
চিকিৎসাৰ বাবে কাজিৰঙাৰ পাণবাৰী বন‍্যপ্ৰাণী পুণৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণBody:কলিয়াবৰ শিলঘাট স্থিত কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত এটা জলাশয়ৰ পানী যুঁৱলীৰ পৰা দেওবাৰে আবেলি আহত অৱস্থাত এটা ধনেশ পক্ষী উদ্ধাৰ কৰে বন বিভাগে।
প্ৰাথমিক চিকিৎসাৰ অন্তত কালি নিশাই চিকিৎসাৰ বাবে কাজিৰঙাৰ পাণবাৰী বন‍্যপ্ৰাণী পুণৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ধনেশটোক। সম্প্ৰতি ক্ৰমাৎ লুপ্তপ্ৰায় পক্ষীৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ধনেশ পক্ষী।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.