ETV Bharat / state

নগাঁৱত 5.3 গ্ৰাম হেৰ'ইন সহ আটক দুই ড্ৰাগছ আসক্ত

author img

By

Published : May 25, 2021, 10:42 PM IST

নগাঁও আৰক্ষীয়ে নগাঁৱৰ কচুৱা তিনিআলি বজাৰত 5.3 গ্ৰাম হেৰ'ইন সহ আটক কৰে দুই ড্ৰাগছ সেৱনকাৰীক ৷ ধৃত যুৱক দুজন থিৰাং ৰংপি আৰু এডিছন টেৰাং বুলি জানিবলৈ দিছে আৰক্ষীৰ সুত্ৰই ৷ যুৱক দুজনৰ ঘৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত ।

নগাঁৱত 5.3 গ্ৰাম হিৰ'ইন সহ আটক দুই ড্ৰাগছ আসক্ত

নগাঁও, 25 মে' : নগাঁও আৰক্ষীয়ে নগাঁৱৰ কচুৱা তিনিআলি বজাৰত 5.3 গ্ৰাম হেৰ'ইন সহ আটক কৰে দুই ড্ৰাগছ সেৱনকাৰীক ৷ ধৃত যুৱক দুজন থিৰাং ৰংপি আৰু এডিছন টেৰাং বুলি জানিবলৈ দিছে আৰক্ষীৰ সুত্ৰই ৷ যুৱক দুজনৰ ঘৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত ।

যুৱক দুজনে কচুৱা তিনিআলিৰ এগৰাকী মহিলাৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছ সমূহ ৷ গোপন সূত্ৰৰ পম খেদি ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে যুৱক দুজনক । যুৱক দুজনে স্বীকাৰ কৰা মতে ছাজিদা বেগম নামৰ এগৰাকী মহিলাই দিছিল ড্ৰাগছখিনি ৷ বৰ্তমান মহিলা গৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.