ETV Bharat / state

মৈৰাবাৰীত প্ৰাইজমানী ভলীবলৰ চুড়ান্ত প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Dec 13, 2020, 6:20 PM IST

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবড়ীৰ যুৱ সঞ্চয়ৰ সৌজন্যত এ.পি.জে. আব্দুল কালাম সোঁৱৰণি প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

vollyball tournament
মৈৰাবাৰীত প্ৰাইজমানি ভলিবল প্ৰতিযোগিতাৰ আয়োজন

ধিং, 13 ডিচেম্বৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবড়ীৰ যুৱ সঞ্চয়ৰ সৌজন্যত এ.পি.জে. আব্দুল কালাম সোঁৱৰণী প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

vollyball tournament
মৈৰাবাৰীত প্ৰাইজমানী ভলীবলৰ চুড়ান্ত প্ৰতিযোগিতাৰ আয়োজন

এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও দলে অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন এ.এছ.ই.বি. গুৱাহাটী আৰু সৰভোগ ভলীবল দলৰ মাজত অনুষ্ঠিত হয় ৷ ফাইনেল খেলখনত জয়লাভ কৰে এ.এছ.ই.বি. গুৱাহাটী দলে ৷

লগতে পঢ়ক: শ্বহীদক স্মৰণ কৰি পুনৰ CAA আন্দোলনৰ কথা ক'লে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.