ETV Bharat / state

মৰিগাঁৱত আৰক্ষীৰ জালত ভুৱা চিবিআই বিষয়া - কমল নাথ

নিজকে CBI ৰ ASI ৰূপে চিনাকি দি গুৱাহাটীৰ নবগ্ৰহৰ এজন লোকৰ পুত্ৰ-কন্যাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চকটোৱে ১৭ লাখ টকা আত্মসাৎ কৰাৰ লগতে মিকিৰভেটাৰ বিনোদ নাথ নামৰ এজন লোকৰ পৰাও চাকৰি দিয়াৰ প্ৰলোভনেৰে আঢ়ৈ লাখ টকা আত্মসাৎ কৰিছিল ৷

মৰিগাঁৱত আৰক্ষীৰ জালত ভুৱা চিবিআই বিষয়া
author img

By

Published : Jun 9, 2019, 11:17 AM IST

Updated : Jun 9, 2019, 12:46 PM IST

মৰিগাঁও, 9 জুনঃ নিজকে চিবিআইৰ বিষয়া বুলি ৰাম ঠগন দি অৱশেষত মৰিগাঁৱৰ আৰক্ষী জালত পৰিল ভুৱা চিবিআই বিষয়া কলম নাথ ৷ ২০০৫ চনত চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাই চিবিআইৰ জালত পৰা কমল নাথ নামৰ প্ৰবঞ্চকটো পুনৰ শনিবাৰে আটক হৈছে চিবিআইৰ স্বয়ম্ভু বিষয়াৰ ৰূপধৰি চলোৱা প্ৰতাৰণাৰ বাবে ৷ চাহ জনগোষ্ঠীৰ নেতাগৰাকীৰ হত্যা আৰু তদানীন্তন শিক্ষামন্ত্ৰী ৰিপুণ বৰাক চিবিআয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ সৈতে কমল নাথৰ নাম সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছিল ৷ তাৰোপৰি কবিন বৰকাকতি নামৰ কৃষিবিভাগৰ প্ৰাক্তন বিষয়াক ধন দাবী কৰি দিছপুৰ আৰক্ষীৰ জালত পৰা মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত হাবিবৰঙাবাৰীৰ এই কমল নাথ পুনৰ আটক হৈছে স্বয়ম্ভূ চিবিআইৰ বিষয়া ৰূপে চলোৱা প্ৰবঞ্চনাৰ বাবে ৷

মৰিগাঁৱত আৰক্ষীৰ জালত ভুৱা চিবিআই বিষয়া
উল্লেখ্য যে নিজকে CBI ৰ ASI ৰূপে চিনাকি দি গুৱাহাটীৰ নবগ্ৰহৰ এজন লোকৰ পুত্ৰ কন্যাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চকটোৱে ১৭ লাখ টকা আত্মসাৎ কৰাৰ লগতে মিকিৰভেটাৰ বিনোদ নাথ নামৰ এজন লোকৰ পৰাও চাকৰি দিয়াৰ প্ৰলোভনেৰে আঢ়ৈ লাখ টকা আত্মসাৎ কৰিছিল ৷ শনিবাৰে নিশা গোপন সূত্ৰৰ পোৱা খবৰৰ ভিত্তিত কমলক হাবিবৰঙ্গাবাৰীৰ নিজা ঘৰৰ পৰা আটক কৰাৰ লগতে প্ৰবঞ্চকটোৰ জিম্মাৰ পৰা এখন বিলাসী মাৰুতি গাড়ী, CBI আই কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬

slug-as-mrg-9thJune-fake CBI-808-vis-byte-as10005

Anchorintr: নিজকে স্বয়ম্ভূ   চিবিআই বিষয়া বুলি বহুতক ৰাম ঠগন দি অৱশেষত মৰিগাঁৱৰ আৰক্ষী জালত বন্দী হল ভুৱা চিবিআই বিষয়া কলম নাথ। 

V.O. : ২০০৫ চনত চাহ জনগোষ্ঠীৰ বিশিষ্ট নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাই চিবিআইৰ জালত পৰা কমল নাথ নামৰ প্ৰবঞ্চকটো পুনৰ শনিবাৰে আটক হৈছে চিবিআইৰ স্বয়ম্ভু বিষয়াৰ ৰূপধৰি চলোৱা প্ৰতাৰণাৰ বাবে ৷ উল্লেখযে বিশিষ্ট চাহ জনগোষ্ঠীৰ নেতা গৰাকীৰ হত্যা আৰু তদানীন্তন শিক্ষামন্ত্ৰী ৰিপুন বৰাক চিবিআইয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ সৈতে কমল নাথৰ নাম সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছিল ৷ তাৰোপৰি কবিন বৰকাকতি নামৰ কৃষিবিভাগৰ তদানীন্তন ডাইৰেক্টৰ গৰাকীক ধন দাবী কৰি দিচপুৰ আৰক্ষীৰ জালত পৰা মৰিগাঁৱৰ মিকিৰভেটা থানাৰ অন্তৰ্গত হাবিবৰঙ্গাবাৰীৰ এই কমল নাথ পুনৰ আটক হৈছে স্বয়ম্ভু চিবিআইৰ বিষয়া ৰূপে চলোৱা প্ৰবঞ্চনাৰ বাবে ৷ উল্লেখ্যযে নিজকে CBI ৰ ASI ৰূপে চিনাকিদি  গুৱাহাটীৰ নবগ্ৰহৰ এজন লোকৰ পুত্ৰ কন্যাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চকটোৱে ১৭ লাখ টকা আত্মসাৎ কৰাৰ লগতে মিকিৰভেটাৰ বিনোদ নাথ নামৰ এজন লোকৰ পৰাও চাকৰি দিয়াৰ প্ৰলোভনেৰে আঢ়ৈ লাখ টকা আত্মসাৎ কৰিছিল ৷ এই সন্দৰ্ভত মিকিৰভেটা থানাত ৮৩/২০১৮ নং এক গোচৰ ৰুজু হোৱাত অভিযুক্ত কমল নাথ দীৰ্ঘদিন ধৰি পলাই আছিল ৷ শনিবাৰে নিশা গোপন সুত্ৰৰ পোৱা খৱৰৰ ভিত্তিত কমলক হাবিবৰঙ্গাবাৰীৰ নিজা ঘৰৰ পৰা আটক কৰাৰ লগতে প্ৰবঞ্চকটোৰ জিম্মাৰ পৰা এখন বিলাসী মাৰুতি গাড়ী, CBI আই কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ব্যাপক তদন্ত অব্যাহত ৰাখিছে ৷
Byte : আৰক্ষী বিষয়া ৷

Ratuldeka etv Bharat morigaon.
Last Updated : Jun 9, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.