ETV Bharat / state

সংশোধিত কৃষি আইন বাতিলৰ দাবীত মৰিগাঁৱত প্ৰতিবাদ

author img

By

Published : Dec 8, 2020, 9:11 PM IST

দেশজোৰা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনাই মুছলিম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুছলিম ছাত্ৰ সন্থা অসমৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

Protest againts revised agricultural law at morigaon
সংশোধিত কৃষি আইন বাতিলৰ দাবীত মৰিগাঁৱত প্ৰতিবাদ

মৰিগাঁও, 8 ডিচেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত দেশজোৰা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনাই মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰে । মুছলিম ছাত্ৰ সন্থা, অসমৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত সংশোধিত কৃষি আইন বাতিলৰ দাবীত এই প্ৰতিবাদী কৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মুদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আদি ধ্বনিৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী ৷

লগতে পঢ়কঃৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.