ETV Bharat / state

লাহৰীঘাট দলংৰ মেৰামতিৰ অভাৱত ৰাইজৰ দুৰ্গতি - morigaon incomplet bridge

টেঙাগুৰি বজাৰৰ পশ্চিম দিশত থকা পকী দলঙখনৰ কাম প্ৰায় ৮ বছৰ আগতেই আৰম্ভ হৈছিল যদিও বৰ্তমানেও সম্পূৰ্ণ নোহোৱাৰ ফলত বাঁহৰ দলঙেৰে দৈনিক কেইবা সহস্ৰাধিক পথচাৰীৰ লগতে কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুলভাৱে পৰা হ'বলগীয়া হয় ৷

লাহৰীঘাট
লাহৰীঘাট দলংৰ মেৰামতিৰ অভাৱত ৰাইজৰ দুৰ্গতি
author img

By

Published : Jan 17, 2020, 7:43 PM IST

মৰিগাঁও,17 জানুৱাৰীঃ মৰিগাঁৱৰ লাহৰীঘাটৰ জৰাজীৰ্ণ ৰাস্তাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক । নগাঁও-ভূৰাগাঁও সংযোগী গড়কাপ্তানি পথটো বিগত বৰ্ষৰ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত গাড়ী-মটৰৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে । লগতে টেঙাগুৰি বজাৰৰ পশ্চিম দিশত থকা পকী দলঙখনৰ কাম প্ৰায় ৮ বছৰ আগতেই আৰম্ভ হৈছিল যদিও বৰ্তমানেও সম্পূৰ্ণ নোহোৱাৰ ফলত বাঁহৰ দলঙেৰে দৈনিক কেইবা সহস্ৰাধিক পথাচাৰীৰ লগতে কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুলভাৱে পৰা হ'বলগীয়া হয় ।

লাহৰীঘাট দলংৰ মেৰামতিৰ অভাৱত ৰাইজৰ দুৰ্গতি

আনহাতে,টেঙাগুৰি বজাৰৰ পূব দিশত থকা পকী দলঙখনৰ দুয়োটা মূৰ বানপানীয়ে খহাই নিয়াত খেতি পথাৰেৰে যাতায়ত কৰিবলগীয়া পৰিস্থিতি হৈছে স্থানীয় ৰাইজে। বানপানী শুকোৱাৰ পাছ-ছয় মাহৰ পিছতো জৰাজীৰ্ণ ৰাস্তা-ঘাট মেৰামতি নকৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অতি কম সময়ৰ ভিতৰত দলঙকেইখন মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনায় ।

আৰু পঢ়কঃ জলকন্যা শিবাংগীৰ স্বৰ্ণ জয়

Intro:দলংৰ মেৰামতিৰ অভাৱত ৰাইজৰ দুৰ্গতিBody:লাহৰীঘাটৰ জৰাজীৰ্ণ ৰাস্তাই যমৰ-যাতনা ভুগাইছে সৰ্বসাধাৰণ ৰাইজক

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ জৰাজীৰ্ণ ৰাস্তাই জীয়াতু ভুগাইছে সৰ্বসাধাৰণ ৰাইজক।নগাঁও-ভূৰাগাঁও সংযোগী গড়কাপ্তানি পথৰ এই দুৰাৱস্থা।টেঙাগুৰি বজাৰৰ দুয়োফলে থকা দুখন দলঙৰ অৱস্থা এয়া।যোৱা বানপানীৰ সময়ত খহনীয়াই খহাই নিয়াৰ ফলত গাড়ী-মটৰৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।লগতে টেঙাগুৰি বজাৰৰ পশ্চিম দিশত থকা পকী দলঙখনৰ কাম আজিৰ পৰা প্ৰায় ৮ বছৰ আগতেই আৰম্ভ হৈছিল যদিও আজিও সম্পূৰ্ণ নোহোৱাৰ ফলত বাহৰ দলঙেৰে দৈনিক কেইবা সহস্ৰাধিক পথচাৰীৰ লগতে কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল ভাৱে পৰা হবলগীয়া হয়।আনহাতে টেঙাগুৰি বজাৰৰ পূব দিশত থকা পকী দলঙখনৰ দুয়োটা মুৰ বানপানীয়ে খহাই নিয়াত খেতি পথাৰেৰে যাতায়ত কৰিব লগীয়া পৰিস্থিতি হৈছে। বানপানী শুকোৱা পাছ-ছয় মাহৰ পিছতো জৰাজীৰ্ণ ৰাস্তা-ঘাট মেৰামতি নকৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।অতি কম সময়ৰ ভিতৰত দলঙকেইখন মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনায়।

BYTE: স্থানীয় যুৱক ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.