ETV Bharat / state

কেৱল 40 ছেকেণ্ড দিয়ক এদিনত ! - বিশ্ব মানসিক স্বাস্থ্য দিৱস

চল্লিশ ছেকেণ্ডে সলনি কৰিব মানসিক ৰোগীৰ জীৱন । এই মন্ত্ৰৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত পালন কৰা হয় 2019 বৰ্ষৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷

কেৱল 40 ছেকেণ্ড দিয়ক এদিনত !
author img

By

Published : Oct 10, 2019, 5:23 PM IST

মৰিগাঁও, 10 অক্টোবৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰাল ভাৱে আজি মৰিগাঁৱতো পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস । এই উপলক্ষে মৰিগাঁও জিলা স্বাস্থ্য বিভাগ তথা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সাংবাদিক আৰু চৰকাৰী বিষয়া । য’ত প্ৰদৰ্শন কৰা হয় প্ৰাসংগিক তথ্য চিত্ৰ ।

মৰিগাঁৱত উদযাপন বিশ্ব মানসিক স্বাস্থ্য দিৱস

মৰিগাঁও জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন সময়ত জিলাখনৰ পৰা মানসিক ৰোগ নিৰাময়ৰ কাৰণে বিভিন্ন ধৰণৰ সজাগতা মূলক কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰি কয় যে, মানসিক ৰোগীসকলৰ সৈতে 40 ছেকেণ্ড কথা পাতক আৰু মানসিক ৰোগৰ পৰা মুক্ত কৰক । লগতে কয় আপোনাৰ 40 ছেকেণ্ডেই মানসিক চাঁপত ভুগি থকা লোকসকলৰ বাবে হৈ পৰে সঞ্জীৱনী শক্তি । সেয়েহে এইবাৰৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ শ্ল’গান হিচাপে লোৱা হৈছে এই বিষয়ক ৷

মন কৰিবলগীয়া যে এনে ধৰণৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণেৰে সমাজৰ পৰা মানসিক ৰোগ নিৰাময় কৰাত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে জিলা স্বাস্থ্য সমিতিৰ সমাজ মনস্তত্ববিদ নিমিষা বৰাই ।

Intro: কেৱল ৪০ চেকেণ্ড দিয়ক এদিনত।এই চল্লিশ চেকেণ্ডে সলনি কৰিব মানসিক ৰোগীৰ জীৱন। এই মন্ত্ৰৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁও জিলা স্বাস্হ্য সমিতিৰ উদ্যোগত২০১৯ বৰ্ষৰ বিশ্ব মানসিক স্বাস্হ্য দিৱস উদযাপন।

Body:বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ সমান্তৰাল ভাৱে মৰিগাঁৱতো পালন বিশ্ব মানসিক স্বাস্হ্য দিৱস।এই উপলক্ষে মৰিগাঁও জিলা স্বাস্থ্য বিভাগ তথা জিলা স্বাস্হ্য সমিতিৰ উদ্যোগত উপায়ুক্তৰ সভাগৃহত জিলাখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন,সাংবাদিক আৰু চৰকাৰী বিষয়াই অংশ লয়।এই উপলক্ষে প্ৰদৰ্শন কৰা হয় প্ৰাসংগিক তথ্য চিত্ৰ। মৰিগাঁও জিলা স্বাস্হ্য সমিতি জিলাখনৰ বিভিন্ন সময়ত জিলাখনৰ পৰা মানসিক ৰোগ নিৰাময়ৰ কাৰণে বিভিন্ন ধৰণৰ সজাগতা মূলক কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰি কয় যে মানসিক ৰোগীসকলৰ সৈতে ৪০ চেকেণ্ড কথাপাতক আৰু মানসিক ৰোগৰ পৰা মুক্ত কৰক। বাবে শেষ কৈ কোনো মানসিক ৰোগত আক্ৰান্ত হৈ আত্মহত্যাৰ দৰে মানসিক ছাপত ভোগীথকা লোকসকলৰ বাবে আপোনাৰ ৪০ চেকেণ্ড হৈ পৰে সঞ্জীৱ নী শক্তি। সেয়েহে এইবাৰৰ বিশ্ব মানসিক স্বাস্হ্য দিৱসৰ শ্লগান হিচাপে লোৱাৰ বিষয়ে উল্লেখ কৰে।
মনকৰিবলগীয়া লগীয়া যে এনে ধৰণৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণেৰে সমাজৰ পৰা মানসিক ৰোগ নিৰাযয় কৰাত যথেষ্ট সহায়ক হব বুলি মন্তব্য কৰে জিলা স্বাস্হ্য সমিতিৰ সমাজ মনস্তত্ববিদ নিমিষা বড়াই।

Conclusion:ratul deka,etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.