ETV Bharat / state

মৰিগাঁৱত বিষ্ণুৰাভা দিৱস পালন - ASSAM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱৰ একাধিক অনুষ্ঠানৰ কমৰেড,বিপ্লৱী বীৰ ৰাভা দিৱস উদযাপন কৰি সোঁৱৰণ কৰিলে কলাগুৰু ৰাভা দেৱৰ আদৰ্শ

মৰিগাঁৱত বিষ্ণুৰাভা দিৱস পালন
author img

By

Published : Jun 20, 2019, 7:08 PM IST

মৰিগাঁও, 20 জুনঃ আজি ৰাভা দিৱস । এই উপলক্ষে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁৱতো বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰে ৰাভা দিৱস । এই লৈ মৰিগাঁও জিলা কবি সন্মিলন,মুহিলা হোম বিদ্যালয়ৰ উদ্যোগত নিপুন বৰা স্মৃতি সদনত পুৱা বন্তিপ্ৰজ্বলন,পুষ্পাঞ্জলি অনুষ্ঠানৰ লগতে চাৰিজন কৃষক শ্ৰমিকক গামোচা, মানপত্ৰৰে সম্বদ্ধনা জনোৱা হয় ৷ একেদৰে জিলা সাহিত্য সভাই গুৰুচৰণ ভৱনত বিপ্লৱী জনাৰ জীৱন সংগ্ৰামৰ ওপৰত আলোচনা অনুষ্ঠিত কৰে । জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীয়ে পৌৰহিত্য কৰি কলাগুৰুৰ বিপ্লৱী সত্বাৰ প্ৰাসংগিকতাৰ ওপৰত এক সুন্দৰ আলোচনা আগবঢ়ায় ।

মৰিগাঁৱত বিষ্ণুৰাভা দিৱস পালন

একেদৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই গান্ধী ভৱন প্ৰেক্ষাগৃহত,নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে বিহুতলী প্ৰেক্ষাগৃহত পতাকা উত্তোলন,বন্তিপ্ৰজ্বলন কৰাৰ লগতে ৰাভা সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

Intro:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱৰ একাধিক অনুষ্ঠানৰ কমৰেড,বিপ্লৱী বীৰ ৰাভা দিৱস উদযাপন কৰি সোঁৱৰণ কৰিলে কলাগুৰু ৰাভা দেৱৰ আদৰ্শ।এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন।

Body:"লগন উকলি গল তেও যে নহল কোৱা"

আজি ৰাভা দিৱস।এই দিৱসৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁৱতো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাভা দিৱস। এই লৈ মৰিগাঁও জিলা কবি সন্মিলন,মুহিলা হোম বিদ্যালয়ৰ উদ্যোগত নিপুন বৰা স্মৃতি সদনত পুৱা বন্তিপ্ৰজ্বলন,পুষ্পাঞ্জলি অনুষ্ঠানৰ লগতে চাৰিজন কৃষক শ্ৰমিকক গামোচা,মানপত্ৰৰে সম্বদ্ধনা জনোৱা হয়। byte:sectry zila kobi sonmilon

" আজি মন্দিৰৰ দুৱাৰ খোলা
----------------------------------
নাচি উঠে ভকতৰ প্ৰাণ -"

একেদৰে জিলা সাহিত্য সভাই গুৰুচৰণ ভৱনত বিপ্লৱী জনাৰ জীৱন সংগ্ৰামৰ ওপৰত আলোচনা অনুষ্ঠিত কৰে । জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীয়ে পৌৰহিত্য কৰি খলাগুৰু বিপ্লৱী সত্বাৰ প্ৰাসংগিকতা ওপৰত এক বস্ত্তনিষ্ঠ আলোচনা আগবঢ়ায়।

"বিশ্বৰ ছন্দে ছন্দে
আনন্দে মহান্দে-

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই গান্ধী মৱন প্ৰেক্ষাগৃহত, নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে বিহুতলী প্ৰেক্ষাগৃহত পতাকা উত্তোলন, বন্তিপ্ৰজ্বলন কৰাৰ লগতে ৰাভা সংগীত ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

এনেদৰে জিলাখনৰ বিভিন্ন অনুষ্ঠানে সাম্যবাদী বিপ্লৱীবিৰ গৰাকীৰ ব্যক্তত্ব,জীৱন দৰ্শন, গীত মাত,নৃত্যৰ চৰ্চা কৰি
বিপ্লৱ পথলৈ আগুৱাই
সৰ্বহাৰাৰ মুক্তিৰ জয়গান গাই ।

Conclusion:ratul deka,etvbharat.morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.