ETV Bharat / state

গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ তৰফৰ পৰা গ্ৰন্থ শোভাযাত্ৰা আৰু বাটৰ নাট প্ৰদৰ্শন ৷

author img

By

Published : Dec 30, 2020, 10:45 PM IST

Morigaon Myong College Book Rally
গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ মায়াং আঞ্চলিক মহাবিদ্যালয় প্ৰশংসনীয় পদক্ষেপ

মৰিগাঁও, 30 ডিচেম্বৰ : মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰশসংনীয় পদক্ষেপ ৷ নৱ-প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লক্ষ্যৰে গ্ৰন্থৰ শোভাযাত্ৰা আৰু বাটৰ নাট প্ৰদৰ্শন ৷ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত উলিওৱা হৈছে শোভাযাত্ৰা আৰু বাটৰ নাট ৷

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰতি যুৱ প্ৰজন্মৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অধ্যয়ন স্পৃহা কমি আহিছে । যাৰবাবে গ্ৰন্থ অধ্যয়নৰ প্ৰতি নতুন প্ৰজন্মক আকৃষ্ট কৰিবলৈ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগটোৱে এই প্ৰচেষ্টা হাতত লয় ৷

এই কাৰ্যসূচীত মহাবিদ্যালয়ৰখনৰ অধ্যক্ষ ড০ মহানন্দ বৰা, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ বৃষ্টি কলিতা, অধ্যাপক ড০ অতুল নাথ, ড০ চাৰু প্ৰভা চলিহাৰ লগতে আন আন বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে সকলে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ।

লগতে পঢ়ক : ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ পিছতে একলগ হ'ব আঞ্চলিক দলঃ ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.