ETV Bharat / state

মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত কাতিবিহু উদযাপন - নাম প্ৰসংগৰে পালন কাতি বিহুৰ পৰম্পৰা

মৰিগাঁৱৰ নভেটী সেউজপুৰত উদযাপন কাতিবিহুৰ পৰম্পৰা । পতাকা উত্তোলন, কৃষকক শৰাই চেলেং চাদৰে সম্বৰ্দ্ধনা ।

Morigaon Kati bihu ceremony by sahitya sova
মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত কাতিবিহু উদযাপন
author img

By

Published : Oct 18, 2020, 1:23 PM IST

মৰিগাঁও,18 অক্টোবৰঃ শনিবাৰে মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত নিশা উদযাপন কাতিবিহুৰ পৰম্পৰা । কাতিবিহুৰ উপলক্ষে ছয়গৰাকী কৃষকক সম্বৰ্দ্ধনা। পতাকা উত্তোলন আৰু নাম প্ৰসংগৰে পালন কাতি বিহুৰ পৰম্পৰা । মৰিগাঁৱৰ নভেটী সেউজপুৰত উদযাপন কাতিবিহুৰ পৰম্পৰা । পতাকা উত্তোলন, কৃষকক শৰাই চেলেং চাদৰেৰে সম্বৰ্দ্ধনা ।

Morigaon Kati bihu ceremony by sahitya sova
মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত কাতিবিহু উদযাপন

সাহিত্য সভাৰ উদ্যোগত আলোচনা চক্ৰ আৰু নামতি দলৰ নাম পৰিবেশনৰে পৰম্পৰাগত কাতিদেউল পালন। উদ্যোক্তা ধৰণী বুঢ়াগোহাঁয়ে জানিব দিয়া মতে, পুৱা পতাকা উত্তোলন, তুলসীত বন্তি প্ৰজ্বলন সন্ধ্যা আকাশ বন্তি তিনিজন বৰ্ষীয়ান কৃষকক সম্বৰ্দ্ধনা আৰু তিনিজন শ্ৰেষ্ঠ লোকক সম্বৰ্দ্ধনা । এই সভাত বিশিষ্ট অতিথিপ্ৰতাপ হাজৰিকা, বুবু মণি গোস্বামী, পিনাকী ভূষণ মহন্তৰ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে কৰিলে ভাষণ প্ৰদান। আনহাতে কাৰ্যসূচীৰ অংশ ৰূপে নিশা স্থানীয় নামটি দলৰ "কাতিবিহুৰ নাম"ৰ কাৰ্যসূচী উদ্ধোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

লগতে পঢ়কঃ লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.