ETV Bharat / state

মৰিগাঁৱত চকুৰ সন্মুখত উটি গ'ল বিদ্যালয় - lahorighat

মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত বিগত সপ্তাহত প্ৰথমটো ৰিংবান্ধ বাঢ়নী পানীয়ে খহাই লৈ যোৱাৰ পাচত শুকুৰবাৰে টেঙাগুৰি মজলীয়া বিদ্যালয়খন চকুৰ পচাৰতে তাচপাতৰ দৰে খহাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

মৰিগাঁৱত চকুৰ সন্মুখত উটি গ'ল বিদ্যালয়
author img

By

Published : Jul 19, 2019, 8:11 PM IST

মৰিগাঁও, 19 জুলাইঃ মৰিগাঁৱত চকুৰ সন্মুখতে উটি গ'ল এখন বিদ্যালয় । প্ৰলয়ংকাৰী বানে খহাই নিলে এখন বিদ্যালয় ৷ শুকুৰবাৰে সংঘটিত হৈছে ঘটনা ৷ মৰিগাঁৱত ইখনৰ পাচত সিখন বিদ্যালয় প্ৰলয়ংকাৰী বানে খহাই নিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । শুকুৰবাৰে চকুৰ প্ৰচাৰতে হুৰহুৰকৈ খহিল টেঙাগুৰি মজলীয়া বিদ্যালয় ।

মৰিগাঁৱত চকুৰ সন্মুখত উটি গ'ল বিদ্যালয়

উল্লেখ্য যে, মৰিগাঁৱৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত বিগত সপ্তাহত প্ৰথমটো ৰিংবান্ধৰ বাঢ়নী পানীয়ে খহাই লৈ যোৱাৰ পাচত শুকুৰবাৰে টেঙাগুৰি মজলীয়া বিদ্যালয়খন চকুৰ প্ৰচাৰতে তাচপাতৰ দৰে খহাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আনহাতে, মৰিগাঁও টেঙাগুৰি অঞ্চলত বিদ্যালয়সমূহ বানৰ কবলত ধবংস হোৱাৰ পাচত গ্ৰীষ্মকালীন বন্ধৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে ক'ত কেনেদৰে পাঠগ্ৰহণ কৰিব সেই লৈ বিপাঙত পৰিছে অভিভাৱকসকল ৷

Intro:মৰিগাঁৱত শুক্ৰবাৰে আন এখন বিদ্যালয় অন কেমেৰা খহাই নিয়া দৃশ্য বন্ধী। চকুৰ সন্মুখতে ধংস এখন পুৰণি বিদ্যালয়।Body:মৰিগাঁৱত ইএখনৰ পাছত সিখন বিদ্যালয় প্ৰলয়ংকাৰী বানপানীৰে খহাই নিয়াৰ অনকেমেৰা দৃশ্য । শুক্ৰবাৰে এনেদৰেই চকুৰ প্ৰচাৰতে হুৰমুৰকৈ খহিল টেঙাগুৰি মজলীয়া বিদ্যালয়খন। উল্লেখযোগ্য যে মৰিগাঁও জিলা লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত যোৱা সপ্তাহত প্ৰথম টো ৰিংবান্ধ বাঢ়নীয়ে খহাই লৈ যোৱাৰ পাছতে দ্বিতীয় টো সপ্তাহত এইখন টেঙাগুৰি বহুপুৰণি মজলীয়া বিদ্যালয়খন শুক্ৰবাৰে এনেদৰেই চকুৰ প্ৰচাৰতে তাচপাতৰ দৰে খহাই নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়া ।পৰিতাপৰ বিষয় যে মৰিগাঁও জিলা লাহৰীঘাটৰ টেঙাগুৰি অঞ্চলত বিদ্যালয়সমূহ বানৰ কবলত ধবংস হোৱাত গ্ৰীষ্মকালীন বন্ধৰ পাছত কেনেদৰে পাঠগ্ৰহণ কৰিব, বিদ্যালয়খন কত বহুৱাব তাকলৈ সচেতন অভিভাৱকসকলৰ মাজত উদয় হৈছে বহু প্ৰশ্ন ।।byte:publick Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.