ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মৰিগাঁৱৰ উপায়ুক্তই

মৰিগাঁৱৰ জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ লগতে ভাৰপ্ৰাপ্ত সহকাৰী জিলা অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাই মৰিগাঁৱৰ চিকিৎসালয়ত থকা ক’ভিড-19 ৰ আইচ’লেছন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মৰিগাঁও জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাই

author img

By

Published : May 17, 2021, 10:12 AM IST

মৰিগাঁও,17 মে’: মৰিগাঁৱৰ জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ লগতে ভাৰপ্ৰাপ্ত সহকাৰী জিলা অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাই মৰিগাঁৱৰ চিকিৎসালয়ত থকা ক’ভিড-19 ৰ আইচ’লেছন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

আনহাতে, উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত কেইগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হৈ কৰ্তব্যৰত চিকিৎসক, নাৰ্চৰ লগতে সকলো পৰ্যায়ৰ কৰ্মচাৰীসকলৰ সৈতে চিকিৎসালয়ৰ সা-সুবিধাৰ বিষয়ে কথা পাতে ৷ লগতে চিকিৎসাধীন ক’ৰণাক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লয় ।

লগতে পঢ়ক: মৰাণত দেওবাৰে পুনৰ ৬৯ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.