ETV Bharat / state

পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

author img

By

Published : May 10, 2019, 2:45 AM IST

অসম লোকসেৱা আয়োগৰ ধন দি চাকৰি ক্ৰয় কেলেংকাৰীৰ সন্দৰ্ভত বৃহস্পতিবাৰে পুনৰ এজন ৰাজপত্ৰিত বিষয়াক আটক কৰে তদন্তকাৰী দলে ৷ আটকাধীন বিষয়াজন চিৰাং জিলাৰ কৃষি বিষয়া হিচাপে কৰ্মৰত মৃগেন হালৈ ৷

পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

মৰিগাঁও, 10 মে': ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলে ৷ গুৱাহাটীৰ ভঙাগড় আৰক্ষীৰ থানাত চলি থকা 159/17 নং গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই আটক কৰে চিৰাং জিলাৰ কৃষি বিষয়া মৃগেন হালৈক ৷

Etv Bharat Assam
পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

দুৰ্নীতি সংঘটিত হোৱাৰ সময়ত অভিযুক্ত মৃগেন হালৈ মৰিগাঁৱত কৰ্মৰত হোৱাৰ বাবে তদন্তকাৰী বিষয়াই হালৈক মৰিগাঁৱত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে ৷ মৰিগাঁৱত সোধপোছৰ অন্তত আটক কৰা হয় মৃগেন হালৈক ৷ বৃহস্পতিবাৰে নিশা আছুতীয়াকৈ ৰাখি অধিক সোধপোচৰ অন্তত শুকুৰবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব হালৈক৷

Intro:মোটাধনৰ বিনিময়ত চাকৰি লোৱা আৰু এজনক তদন্তকাৰী বিষয়াই মৰিগাঁৱত গ্ৰেপ্তাৰ।কাইলৈ দাখিল কৰিব ন্যায়ালয়ত।ৰাজ্য যুৰি প্ৰতিক্ৰিয়া।

Body:মৰিগাঁৱত আৰু এজন দূৰ্নীতি ৰে চাকৰি লোৱা কৃষি বিষয়া তদন্তকাৰী বিষয়াৰ ফান্দত পৰিল বৃহস্পতি বাৰে।নাম মৃগেন হালৈ।হয় আকাশী ৰঙৰ কামিজ পৰিহিত এইগৰাকী জিলাকৃষিবিষয়া চিৰাংজিলাৰ কৃষি বিষয়াৰূপে কৰ্মৰত আছিল।
উল্লেখযোগ্য যে গুৱাহাটীৰ ভঙাগড় আৰক্ষীৰ থানাত চলিথকা১৫৯/১৭ নং গোচৰৰ ভিৰ্তিত ধৃত বিষয়া জনক মৰিগাঁৱলৈ তলব কৰে তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱা ঈ।তদন্তকাৰী বিষয়াগৰাকী মৰিগাঁৱত কৰ্মৰত হোৱাৰ বাবে অভিযুক্ত বিষয়াজনক মৰিগাঁৱলৈ মাতি আনি সোধপোচৰ পাছত আটক কৰিছে।
সম্প্ৰতিআজি নিশাটো আছুতীয়া কৈ ৰাখি অধিক সোধপোচ অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই। ইফালে সংবাদ মাধ্যমক তদন্ত খাতিৰত অধিক জনোৱাৰ পৰা বিৰত থাকে APSC কেলেংকাৰী ৰ তদন্তত থকা বিষয়াগৰাকী।জানিব পৰা মতে কাইলৈ ধৃত কৃষি বিষয়াগৰাকীক দাখিল কৰিব বিশেষ আদালতত।shot.+images.

Conclusion:ratul deka.etvbharat.morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.