ETV Bharat / state

ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

author img

By

Published : Sep 22, 2019, 4:33 PM IST

Updated : Sep 22, 2019, 11:43 PM IST

মৰিগাঁৱত দ্ৰুতবেগী ডাম্ফাৰে মহতিয়ালে বাইক আৰোহীক । ঘটনাস্থলীতে নিহত আমিনুল হক নামৰ এজন বাইক আৰোহী ৷

ডাম্ফাৰৰ খুন্দাত নিহত বাইক আৰোহী

মৰিগাঁও, 22 ছেপ্টেম্বৰঃ মৰিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংৰ্ঘষ ৷ ফলত থিতাতে নিহত এজন বাইক আৰোহী ৷ দেওবাৰে মৰিগাঁও থানাৰ অন্তৰ্গত দলবাৰী-তেলাহী সংযোগী পথত AS 01HC 9445 নম্বৰৰ ডাম্পাৰ আৰু AS 21G 2945 নম্বৰৰ বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ ফলত মৰিগাঁৱৰ জালুগুটি ৰহধলাৰ আমিনুল হক (23) নামৰ যুৱকজনৰ থিতাতে নিহত হয় ৷

ডাম্ফাৰৰ খুন্দাত নিহত বাইক আৰোহী

দুৰ্ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ৰাইজৰ উত্থাপিত অভিযোগ মতে উক্ত পথছোৱাত একাংশ চালকে দ্ৰুতগতিত গধুৰ যানবাহান চলোৱাৰ বাবেই সঘনাই সংঘটিত হৈছে শোকাৱহ ঘটনা । কিন্তু জিলা যানবাহান আৰক্ষীয়ে আজি লৈকে একো সু-ব্যৱস্থা গ্ৰহণ কৰা নাই ।

নিহত বাইক আৰোহী
নিহত বাইক আৰোহী

সেয়েহে জিলা প্ৰশাসন ওচৰত অঞ্চলটো ৰাইজৰ দাবী অতি শীঘ্ৰেই নাকী লগাওক যানবাহানৰ আইন উলংঘা কৰা চালকক ৷

Intro:মৰিগাঁৱত দ্ৰুতগামী ডাম্ফাৰে মহতিয়ালে বাইক আৰোহী যুৱকক।ঘটনাস্হলীতে নিহত আমিনুল হক নামৰ বাইক আৰোহী যুৱকৰ ।ডাম্ফাৰ -টেক্টৰক নাকী লগাবলৈ দাবী ৰাইজৰ।Body:মৰিগাঁৱত বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখী সংৰ্ঘষ।এজন থিতাতে নিহত।
ঘটনাৰ বিৱৰণী মতে দেওবাৰে আগবেলা ভাগত মৰিগাঁও থানাৰ অন্তৰ্গত দলবাৰী-তেলাহী সংযোগী পথত As 01 HC 9445 নম্বৰৰ ডাম্পাৰ আৰু AS 21 G 2945 নম্বৰৰ বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষ হয়।ফলত মৰিগাঁৱৰ জালুগুটি ৰহধলাৰ আমিনুল হক (23)নামৰ এজন যুৱক ঠিতাতে নিহত হয়। দুৰ্ঘটনা পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ উত্থাপিত অভিযোগ মতে উক্ত পথছোৱাত একাংশ চালকে দ্ৰুতগতিত গধুৰ যানবাহান চলোৱাৰ বাবেই সঘনাই সংঘটিত হৈছে শোকাবহ ঘটনা । কাৰ্যতঃ ডাম্পাৰ আৰু টেক্টৰ দৌৰাত্ম্যই পথচাৰীৰ লগতে চাইকেল আৰোহীৰ মাজত আতংকৰ সৃষ্টি কৰিছে । উদ্ধেগজনক বিষয় যে বিদ্যালয়লৈ অহা যোৱাৰ সময়ত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ ভয়তে হাতভৰি লুকুৱাৰ পৰিবেশ সূচনা হৈছে যদিও জিলা যানবাহান আৰক্ষী ঘোৰ নিদ্ৰা পৰা কাণ্ডত বিভিন্ন মহলৰ মাজত প্ৰশ্ন উদয় হৈছে । সেয়েহে জিলা প্ৰশাসন ওচৰত অঞ্চলটো ৰাইজৰ দাবী শীঘ্ৰেই নাকী লগাওক যানবাহানৰ আইন উলংঘা কৰা চালকক৷bytes:publicConclusion:ratul deka Etv,Bharat.morigaon
Last Updated : Sep 22, 2019, 11:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.