মেষ ৰাশি : দিনটো কিছু কঠিন ৷ বিপদ হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ পৰাপক্ষত আৰাম কৰক ৷
বৃষ ৰাশি : দিনটটো মধ্যমীয়া ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷
মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ পৰা সহায় লাভ ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ টকা-পইচা বৃদ্ধি ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷
সিংহ ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ চিন্তাধাৰাবোৰ ভাল | প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্যসূচীৰৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিয়ক ৷ খৰচ বৃদ্ধি ৷
কন্যা ৰাশি : কিছু আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ থাককক ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক ৷
তুলা ৰাশি : দিনটো শুভ । শুভবাৰ্তা লাভ । বহুতো ব্যক্তি লগত সংযোগ হʼব৷ জীৱনত ভাল বন্ধুত্ব লাভ ৷ প্ৰেমত মনোযোগ দিয়ক ৷
বৃশ্চিক ৰাশি : সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ।
ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰক, তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকক ৷ খং-ৰাগ পৰিহাৰ কৰক ৷
মকৰ ৰাশি : বহু পৰামর্শ লাভ, কিন্তু সেই পৰামর্শবোৰ ভাল হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷ দিনটো সক্ৰিয় অনুভব কৰিব ৷
কুম্ভ ৰাশি : দিনটো প্ৰায়ে ভাল ৷ সফলতা লাভ ৷ লক্ষ্য সফল ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ পাচতো আনন্দিত হʼব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷
মীন ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ চৰকাৰী প্ৰকল্পত সফল ৷নতুন ব্যৱসায় কৰিলে,সফল হʼব ৷