মৰিগাওঁ, 4 আগষ্টঃ মৰিগাঁৱত নিশা সংঘটিত হয় এক বিধংসী অগ্নি কাণ্ড৷ অগ্নি কাণ্ডৰ ফলত গোপাল দাস নামৰ সুলভ্মূল্যৰ ব্যৱসায়ী জনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে তেখেতৰ বাসগৃহটো জুইত জাহ যায়৷
শনিবাৰে নিশা মৰিগাঁও চেপাপাৰত সংঘটিত হোৱা এক বিধংসী অগ্নিকাণ্ডত গোপাল দাস নামৰ লোকজনৰ চৰকাৰী সুলভ মূল্যৰ দোকানৰ লগতে ঘৰৰ বাইক,নথিপত্ৰ সহ সকলো সা সম্পত্তিৰ জুইত জাহ যায়৷ নিশা প্ৰায় ডেৰমান বজাত বৈদ্যুতিক শ্বকচাৰ্কিতৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডটো৷ উল্লেখযোগ্য যে গভীৰ নিশা এই ঘটনা সংঘটিত হোৱা বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই সকলো পুৰি নিঃশেষ হয়। কেৱল এখন আধাপূৰা প্ৰমাণ পত্ৰৰ বাহিৰে পুৰি ছাঁই হৈ যায় দূৰ্ভগীয়া পৰিয়ালটোৰ সকলো সা-সম্পত্তি৷
মৰিগাঁৱত বিধংসী অগ্নি কাণ্ড
নিশা সংঘটিত হোৱা বিধংসী অগ্নি কাণ্ডৰ ফলত গোপাল দাস নামৰ সুলভমূল্যৰ ব্যৱসায়ী জনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে তেখেতৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷
মৰিগাওঁ, 4 আগষ্টঃ মৰিগাঁৱত নিশা সংঘটিত হয় এক বিধংসী অগ্নি কাণ্ড৷ অগ্নি কাণ্ডৰ ফলত গোপাল দাস নামৰ সুলভ্মূল্যৰ ব্যৱসায়ী জনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে তেখেতৰ বাসগৃহটো জুইত জাহ যায়৷
শনিবাৰে নিশা মৰিগাঁও চেপাপাৰত সংঘটিত হোৱা এক বিধংসী অগ্নিকাণ্ডত গোপাল দাস নামৰ লোকজনৰ চৰকাৰী সুলভ মূল্যৰ দোকানৰ লগতে ঘৰৰ বাইক,নথিপত্ৰ সহ সকলো সা সম্পত্তিৰ জুইত জাহ যায়৷ নিশা প্ৰায় ডেৰমান বজাত বৈদ্যুতিক শ্বকচাৰ্কিতৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডটো৷ উল্লেখযোগ্য যে গভীৰ নিশা এই ঘটনা সংঘটিত হোৱা বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই সকলো পুৰি নিঃশেষ হয়। কেৱল এখন আধাপূৰা প্ৰমাণ পত্ৰৰ বাহিৰে পুৰি ছাঁই হৈ যায় দূৰ্ভগীয়া পৰিয়ালটোৰ সকলো সা-সম্পত্তি৷
উল্লেখযোগ্য যে গভীৰ নিশা এইঘটনাহোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বে সকলো জুইৰ লেলিহান শিখাৰে নিঃশেষ কৰে।পৰিয়ালটোৱে কেৱল হাৱৈ বিৱৈ কৰি কন্দাৰ বাহিৰআন একোৱেই কৰিব নোৱাৰিলে। কেৱল এখন আধাপূৰা প্ৰমাণ পত্ৰৰ বাহি পৰিয়ালটো সকলো পুৰি ছাঁই হয় ।byte:famly Conclusion:Ratuldeka etv Bharat morigaon