ETV Bharat / state

মাজুলীত হাতীৰ মৃত্যু - majuli flood

মাজুলিৰ বানত এটা হাতী পোৱালীৰ মৃত্যু
author img

By

Published : Jul 16, 2019, 8:17 PM IST

Updated : Jul 16, 2019, 11:04 PM IST

19:15 July 16

মাজুলীত বানৰ বাবে খাদ্য অভাৱত মৃত্যু হৈছে ২ বছৰীয়া এটা হাতীৰ পোৱালী

  • মাজুলীত মৃত্যু এটি 2বছৰীয়া হাতী পোৱালীৰ 
  • মাজুলী কপাহতলি চাপৰিত মৃত্যু হয় হাতী পোৱালীটোৰ
  • দুদিন পূৰ্বে মৃত্যু হোৱা হাতী পোৱালীটো আজি মাজুলী বন বিভাগে উদ্ধাৰ কৰে
  • বানৰ বাবে খাদ্য অভাৱত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ
  • বন বিভাগে মৰনোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰি পুতি পেলোৱাৰ ব্যৱস্থা কৰে হাতী পোৱালীটো
     
Intro:Majuli Breaking

@ মাজুলীত হাতীৰ এটা প্ৰায় ২ বছৰীয়া পোৱালীৰ মৃত্যু।

@ মাজুলী কপাহতলি চাপৰিত মৃত্যু হয় পোৱালীটো।

@ দুদিন পুৰ্বে মৃত্যু হোৱা পোৱালীটো আজি মাজুলী বন বিভাগে উদ্ধাৰ কৰে।

@ বানৰ বাবে মৃত্যু হোৱাৰ সন্দেহ।

@ বন বিভাগে মৰনোত্তৰ পৰীক্ষা কৰি অন্তত পুতি পেলাই হাতী পোৱালীটো।

Body:@ খাদ্য অভাৱৰ বাবে হাতী পোৱালি মৃত্যু হৈছে বুলি সন্দেহ বন বিভাগৰ ।
Conclusion:মাজুলী পৰা যদুমণি শইকীয়া
Last Updated : Jul 16, 2019, 11:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.