ETV Bharat / state

মৰিগাঁৱত জব্দ চোৰাং শীতল পানীয়

author img

By

Published : Sep 6, 2019, 2:32 PM IST

গুৱাহাটী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কেইলাখটকাৰ চোৰাং শীতল পানীয় ৷ মৰিগাঁৱৰ ইছাহক আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ হোজাই অভিমুখে নিয়া শীতল পানীয়খিনি ৷

মৰিগাঁৱত জব্দ চোৰাং শীতল পানীয়

মৰিগাঁও, 6 ছেপ্তেম্বৰঃ মৰিগাঁৱত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং শীতল পানীয় ৷ বৃহস্পতিবাৰে নিশা মৰিগাঁৱত গুৱাহাটী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় কেইলাখটকাৰ চোৰাং শীতল পানীয় ৷ প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে নিশা এক অভিযান চলাই মৰিগাঁৱৰ বৰিগাঁৱৰ ইছাহক আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ শীতল পানীয়খিনি ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে সমগ্ৰ পানীয়খিনি আছিল গৌৰীপুৰৰ কোকাকোলা গুদামৰ ৷ যোৱা এক ছেপ্তেম্বৰত হোজাই অভিমুখে নিয়া পানীয় কেনেকৈ মৰিগাঁৱৰ ইচাহকৰ ঘৰ পালে তাকে লৈ এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Intro:বৃহস্পতিবাৰে নিশা মৰিগাঁৱত গুৱাহাটী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযান ।গোপন খবৰৰ ভিৰ্ত্তিত চলোৱা এই অভিযানত জব্দ হয় কেইলাখটকাৰ চোৰাং শীতল পানীয় ।Body:মৰিগাঁৱত বৃহৎ পৰিমানৰ চোৰাং শীতল পানীয় জব্দ ৷
মৰিগাঁৱত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং শীতল পানীয় ৷বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ বৰিগাঁৱত ইছাহক আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ শীতল পানীয়খিনি ৷ গোপন সুত্ৰৰ খৱৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ সহযোগত চলোৱা অভিযানত জব্দ হৈছে শীতল পানীয়খিনি ৷ সমগ্ৰ পানীয়খিনি আছিল
গৌৰীপুৰৰ কোকাকোলা গৌদউনৰ ৷ যোৱা এক ছেপ্তেম্বৰত হোজাই অভিমুখে নিয়া পানীয় কেনেকৈ মৰিগাঁৱৰ ইচাহকৰ ঘৰ পালে সেইলৈ এতিয়া আৰক্ষীয়ে চলাইছে ব্যাপক তদন্ত ৷
shot :
Byte:police,public,accused
Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.