ETV Bharat / state

শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰিব গৌতম বৰাই - Gautam Borah leave congress soon

বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাৰ নাম ঘোষণা কৰাত ক্ষোভ উজাৰি দুই এদিনতে কংগ্ৰেছ দল পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে গৌতম বৰাই ৷

gautam-borah-leave-congress-soon
শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰিব গৌতম বৰাই
author img

By

Published : Mar 7, 2021, 10:25 PM IST

মৰিগাঁও,7 মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ইয়াৰ মাজতে দেওবাৰে দিনটোত এক বৃহৎ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই৷ বটদ্ৰৱাত দলীয় প্ৰাৰ্থীত্ব নোপোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ ৷ বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাৰ নাম ঘোষণা কৰাত ক্ষোভ উজাৰি দুই এদিনতে কংগ্ৰেছ দল পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে গৌতম বৰাই ৷

শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰিব গৌতম বৰাই

উল্লেখ্য যে,বিগত বিধানসভা নিৰ্বাচনত চল্লিছ হাজাৰ ভোট লাভ কৰি মাত্ৰ পাঁচ হাজাৰ ভোটত বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হাতত পৰাজিত হৈছিল গৌতম বৰা ৷ কংগ্ৰেছ দলৰ বটদ্ৰৱা সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক তথা মন্ত্ৰীত্ব লাভ কৰা গৌতম বৰাই দলটোৰ পৰা পদত্যাগৰ হুংকাৰ দিয়া বিষয়টোৱে বটদ্ৰৱাৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়কঃ তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.