মৰিগাঁও, 11 আগষ্ট :মৰিগাঁৱত চলিছে ঈদ উল আজহৰৰ প্ৰস্তুতি ৷ অসমীয়া আখলৰ বিধে বিধে পিঠা পনা তৈয়াৰ কৰি অভ্যাগতৰ বাবে সাজু কৰি ৰখাই থোৱা হৈছে প্ৰতিগৰাকী অসমীয়া মুছলমান মহিলা । বিশেষকৈ অসমীয়াৰ আখলৰ তিলপিঠা, জোনপিঠা, নাৰিকলৰ পিঠা, ঘিলাপিঠা, তিলৰলাড়ু, নাৰিকলৰ লাড়ু ডলাই চালনি ভৰাই যতনাই ৰাখিছে মহিলাসকলে ৷ পুৰুষ সকলেও ঈদৰ বজাৰ সাৰ কৰি হেপাঁহৰ ঈদ উদযাপন কৰিবলৈ উদগ্ৰীৱ প্ৰতিজন পুৰুষ । উল্লেখযোগ্য যে কাইলৈ উদযাপিত হব লগা ঈদ উল আজহৰৰ বাবে ৰঙীন কাগজ আৰু বিভিন্ন তোৰণেৰে সাজু কৰা হৈছে জিলাখনৰবিভিন্ন ঈদগাহ,চূণ তেল ঘহি সাজু কৰা হৈছে সৰুবৰ সকলো মছজিদ ।
ঈদ উল আজহৰলৈ মাথো এদিন বাকীঃ ৰজ্যজুৰি ব্যাপক প্ৰস্তুতি - মৰিগাঁৱ
মৰিগাঁৱত পুৰুষ মহিলা উভয়ে চলাইছে ঈদ উল আজহৰৰ প্ৰস্তুতি
মৰিগাঁও, 11 আগষ্ট :মৰিগাঁৱত চলিছে ঈদ উল আজহৰৰ প্ৰস্তুতি ৷ অসমীয়া আখলৰ বিধে বিধে পিঠা পনা তৈয়াৰ কৰি অভ্যাগতৰ বাবে সাজু কৰি ৰখাই থোৱা হৈছে প্ৰতিগৰাকী অসমীয়া মুছলমান মহিলা । বিশেষকৈ অসমীয়াৰ আখলৰ তিলপিঠা, জোনপিঠা, নাৰিকলৰ পিঠা, ঘিলাপিঠা, তিলৰলাড়ু, নাৰিকলৰ লাড়ু ডলাই চালনি ভৰাই যতনাই ৰাখিছে মহিলাসকলে ৷ পুৰুষ সকলেও ঈদৰ বজাৰ সাৰ কৰি হেপাঁহৰ ঈদ উদযাপন কৰিবলৈ উদগ্ৰীৱ প্ৰতিজন পুৰুষ । উল্লেখযোগ্য যে কাইলৈ উদযাপিত হব লগা ঈদ উল আজহৰৰ বাবে ৰঙীন কাগজ আৰু বিভিন্ন তোৰণেৰে সাজু কৰা হৈছে জিলাখনৰবিভিন্ন ঈদগাহ,চূণ তেল ঘহি সাজু কৰা হৈছে সৰুবৰ সকলো মছজিদ ।
Body:মৰিগাঁৱত চলিছে ঈদ উল আজহৰৰ প্ৰস্তুতি। ঘৰদুৱাৰ লেপি মচি , কাপোৰ কানি ধুই পখালি ধনী-দুখীয়া সকলো পৰিয়াল ঈদলৈ বুলি সাজু হৈছে।
একেদৰে অসমীয়া আখলৰ বিধে বিধে পিঠা পনা তৈয়াৰ কৰি অভ্যাগতৰ বাবে সাজু কৰি ৰখাই থোৱা হৈছে প্ৰতিগৰাকী অসমীয়া মুছলমান মহিলা। বিশেষকৈ অসমীয়াৰ আখলৰ তিলপিঠা,জোনপিঠা,নাৰিকলৰ পিঠা,ঘিলাপিঠা, তিলৰলাড়ু,নাৰিকলৰ লাড়ু ডলাই চালনি ভৰাই যতনাই ৰাখিছে মহিলাসকলে।byte: women
ইফালে পুৰুষ সকলেও ঈদৰ বজাৰ সাৰ কৰি হেপাঁহৰ ঈদ উদযাপন কৰিবলৈ উদগ্ৰীৱ প্ৰতিজন পুৰুষ।byte:men
ইয়াৰ সমান্তৰালভাৱে ল'ৰা-ছোৱালীসকলেও ইছলাম ধৰ্মৰ প্ৰতীক পট মক্কামদিনা byte::ছোৱালী
উল্লেখযোগ্য যে কাইলৈ উদযাপিত হব লগা ঈদ উল আজহৰৰ বাবে ৰঙীন কাগজ আৰু বিভিন্ন তোৰণেৰে সাজু কৰা হৈছে জিলাখনৰবিভিন্ন ঈদগাহ,চূণ তেল ঘহি সাজু কৰা হৈছে সৰুবৰ সকলো মছজিদ ।byte: jonab
Conclusion:ratul deka etv Bharat.morigaon