ETV Bharat / state

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবে জ্বলাই দিলে বিজেপি নেতাৰ ঘৰ

অভিযোগ মতে বিষ্ণু ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অভিজিৎ ব্ৰহ্ম ওৰফে ৰাণাই এখন বগা ৰঙৰ AS01 BZ-0410 নম্বৰ গাড়ীৰে আহি বিজেপিৰ মণ্ডল সভাপতিগৰাকীৰ ঘৰত আহি এইকাণ্ড সংঘটিত কৰে।

author img

By

Published : Jul 11, 2019, 6:34 PM IST

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই ঘৰ জ্বলালে বিজেপি নেতাৰ

মৰিগাঁও, 11 জুলাইঃ মৰিগাঁৱত ছাত্ৰ নেতাৰ বিৰুদ্ধে বিজেপি নেতাৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ । বুধবাবে নিশা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মণ্ডল বিজেপিৰ সভাপতি শংকৰ বসুমতী ঘৰত পেট্ৰ'ল ঢালি অগ্নি সংযোগৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে ।

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই ঘৰ জ্বলালে বিজেপি নেতাৰ

অভিযোগ মতে বিষ্ণু ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অভিজিৎ ব্ৰহ্ম ওৰফে ৰাণাই এখন বগা ৰঙৰ AS01 BZ-0410 নম্বৰ গাড়ীৰে আহি বিজেপিৰ মণ্ডল সভাপতিগৰাকীৰ ঘৰত আহি এইকাণ্ড সংঘটিত কৰে । ইফালে জুই লগা প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াৰ সহযোগত আৰু অগ্নি নিৰ্বাপক বাহিনী সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় । সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত ৰাণা ওৰফে অভিজিৎ ।

Intro: ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই মৰিগাঁৱত বিজেপি নেতাৰ ঘৰ জ্বলাই দিয়া ৰ অভিযোগ ছাত্ৰ নেতা বিৰুদ্ধে।Body:মৰিগাঁৱত বিজেপি নেতাৰ ঘৰ জ্বলাই দিয়া ৰ অপচেষ্টা ছাত্ৰ নেতাৰ। ঘটনাৰ বিৱৰণী মতে বুধবাবে নিশা মৰিগাঁও জিলা লাহৰীঘাটৰ মণ্ডল বিজেপিৰ সভাপতি শংকৰ বসুমতী ঘৰৰত পেট্ৰ'ল ঢালি অগ্নি সংযোগৰ চেষ্টা ।অভিযোগ মতে মৰিগাঁও জিলা ছাত্ৰ সন্হাৰ শিক্ষা সম্পাদক অভিজিত ব্ৰহ্ম ওৰফে ৰাণাই অতৰ্কিতে আহি সভাপতি গৰাকীৰ ঘৰত আহি চান্দা নিদিয়াৰ বাবেই এইকাণ্ড সংঘটিত কৰে।অভিযুক্ত অভিজিতে বগাৰঙৰAS01 BZ-0410 নম্বৰ গাড়ীৰে আহি এই কাণ্ড সংঘটিত কৰে।
ইফালে জুই লগা দেখিবলৈ পাই ওচৰ চুবুৰীয়া সহযোগত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় । সম্প্ৰতি পলাতক অবস্থাত আছে অভিযুক্ত ৰাণা ওৰফে অভিজিত ।byte:sankar vsumiteryConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.