ETV Bharat / state

কংগ্ৰেছে মুছলমান মানুহক মোনাত ভৰাই থয়ঃ আঙুৰলতা ডেকা

বিহু নাচেৰে লাহৰীঘাট সমষ্টিৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে বিধায়িকা গৰাকীয়ে ৷ লগতে কংগ্ৰেছে ইমান দিনে মুছলমান সম্প্ৰদায়ৰ মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও মন্তব্য কৰে ৷

লাহৰীঘাটত বিধায়িকা আঙুৰলতাৰ ৰোড শ্ব'
author img

By

Published : Apr 15, 2019, 8:55 PM IST

মৰিগাঁও, 15 এপ্ৰিলঃ লাহৰীঘাটত বিধায়িকা আঙুৰলতাৰ ৰোড শ্ব'৷ পহিলা বহাগৰ দিনাই বিধায়িকা আঙুৰলতাই নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত ছয়খনকৈ নিৰ্বাচনী ৰোড শ্ব'ত অংশ গ্ৰহণ কৰে ৷ বিহু নাচেৰে লাহৰীঘাট সমষ্টিৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে বিধায়িকা গৰাকীয়ে ৷ লগতে কংগ্ৰেছে ইমান দিনে মুছলমান সম্প্ৰদায়ৰ মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও মন্তব্য কৰে ৷ তাৰোপৰি বিধায়িকা গৰাকীয়ে কয়, কংগ্ৰেছ দলে এটা মোনাত ভিতৰত মুছলমানক ভৰাই থয় আৰু তাৰ পৰা কোনোবা ওলালেই এন আৰ চি আৰু ' ডি ' ভোটাৰে লৈ যাব পাৰে বুলি ভয় দেখুৱাই ৰাজনীতি কৰি আহিছে বুলিও কঠোৰ সমালোচনা কৰে আঙুৰলতাই ।

Intro:লাহৰীঘাটত বিধায়িকা আঙুৰলতাই পথ সভা জৰিয়তে বিজিপিদলৰ প্ৰচাৰBody:আজি বিহুৰ দিনাই বিধায়িকা আঙুৰলতা ডেকাই নগাঁও সংসদীয় সমষ্টিৰ লাহৰীঘাটত ছয়খনকৈ পথসভাত অংশগ্ৰহণ কৰে । বিভিন্ন অংগী - ভংগী আৰু বিহু নাচেৰে লাহৰীঘাট সমষ্টিত ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । আজি আঙুৰলতা ডেকাই লাহৰীঘাটত আয়োজিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগলৈ কয় যে কংগ্ৰেছদলে ইমান দিনে মুছলমান মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । কংগ্ৰেছ দলে এটা মোনাত ভিতৰত মুছলমানক ভৰাই থয় আৰু তাৰ পৰা কোনোবা ওলালেই এন আৰ চি আৰু ' ডি ' ভোটাৰে লৈ যাব পাৰে বুলি ভয় দেখুৱাই ৰাজনীতি কৰি আহিছে । মোডী চৰকাৰে সকলো শ্ৰেণীৰ মানুহক একে সমান ভাৱে কাম কৰি আহিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.