ETV Bharat / state

দুই লাখ টকীয়া দুটা বিদ্যুৎ মাচুলৰ বিল ! হতবাক গৃহস্ত

author img

By

Published : Oct 31, 2019, 11:41 PM IST

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড ৷ গৃহস্তক দিলে লাখ টকীয়া বৈদ্যুতিক মাছুলৰ বিল ৷ উত্তাল প্ৰতিবাদ মৰিগাঁও শক্তি বিতৰণ বিভাগৰ কাৰ্যলয়ত ৷

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

মৰিগাঁও, 31 অক্টোবৰ: মৰিগাঁৱত শক্তি বিভাগৰ আজৱ কাণ্ড । দুশ, ডেৰশ মাহিলি বিদ্যুত মাছুলৰ পৰিৱৰ্তে উপভোক্তাক প্ৰদান দুই লাখ টকীয়া দুখনকৈ বিদ্যুৎ মাছুলৰ বিল ৷ এখন বিল 2 লাখ 21 হাজাৰৰ বিপৰীতে আনখন বিল হৈছে 2 লাখ 24 হাজাৰ 495 টকাৰ ৷

সেয়েহে বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ । বিদ্যুৎ বিভাগ হায়-হায়, ঠিকাদাৰ মণি পাল হায়-হায়, ঠিকাদাৰৰ দাদাগিৰী নচলিব আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ । উত্থাপিত অভিযোগ মতে, দীৰ্ঘদিন ধৰি মৰিগাঁও শক্তি বিভাগটোৰ অন্তৰ্গত দমাল বেটনি গাঁৱৰ ৰাইজক লাখ-লাখ টকীয়া বিদ্যুত মাছুলৰ জাননী জাৰি কৰি অযথা হাৰাশাস্তি প্ৰদান কৰি আহিছে বিভাগটোৱে ।

মৰিগাঁৱত শক্তি বিতৰণ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

ইপিনে অতিৰিক্ত মাছুল অহাৰ বাবে বিপাঙত পৰি দমাল আৰু বেটনি গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগক দিবলগীয়া ধন আদায় নিদিয়াৰ বাবে হঠাৎ কোনো আগজাননী নিদিয়াকৈ মৰিগাঁও বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কাৰ্যই নানান সমস্যাত পেলাইছে স্থানীয় ৰাইজক ৷ বিদ্যুৎ কৰ্তনৰ ফলত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল কাৰণ সমাগত মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী ।

লগতে চাওকঃমুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

Intro:মৰিগাঁৱত এজন সাধাৰণ গ্ৰাহকলৈ ৰাজ্যৰ শক্তি বিতৰক বিভাগৰ ২,২৪,৪৯৫/- বিদ্যুত মাছুলৰ জাননী । দীৰ্ঘ দিন ধৰি এনেদৰেই গ্ৰাহকৰ ওপৰত লাখ লাখ টকাৰ বৈদ্যুতিক মাছুলৰ জাপি দিয়াৰ ফলতে বৃহস্পতিবাৰে সন্ধিয়া গ্ৰাহকৰ উত্তাল প্ৰতিবাদ মৰিগাঁও বিদ্যুত বিতৰক বিভাগৰ কাৰ্যলয়ত।Body:মৰিগাঁৱত বিদ্যুৎ বিভাগৰ আজব কাণ্ড ।দুশ, ডেৰশ মাহিলি বিদ্যুত মাছুলৰ পৰিবৰ্তে উপভোক্তালৈ 2,24,495 টকীয়া বিল দি হাৰাশাস্তি সাধাৰণ গ্ৰাহকক। সেয়েহে বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ। দিলে বিদ্যুত বিভাগ হায় ,হায়,ঠিকাদাৰ মণি পাল হায়, হায়, ঠিকাদাৰৰ দাদাগিৰী নচলিব আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে ।এইয়া বৃহস্পতিবাৰৰ সন্ধিয়া মৰিগা মৰিগাঁও বিদ্যুৎ বিভাগৰ কাৰ্যলয়ৰ দৃশ্য । উত্থাপিত অভিযোগ মতে মৰিগাঁও শক্তি বিভাগটোৰ অন্তৰ্গত দমাল বেটনি গাঁৱৰ ৰাইজক লাখ লাখ টকীয়া বিদ্যুত মাছুলৰ জাননী জাৰি কৰি অযথা হাৰাশাস্তি ৰাইজক।উল্লেখযোগ্য যে অতিৰিক্ত মাছুল অহাৰ বাবে দমাল আৰু বেটনি গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগক পাবলগীয়া ধন আদায় দিয়ি নাছিল। পৰিপ্ৰেক্ষিতত কোনো আগজাননী নোহোৱা কৈয়ে হঠাৎ বিদ্যুৎ কৰ্তন কৰে মৰিগাঁও বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ে।ইয়াৰ পাছতে গাঁৱৰ ৰাইজ ক্ষুদ্ধ হৈ চহৰলৈ আহি কাৰ্যালয়ৰ ভিতৰতে সাব্যস্ত কৰে প্ৰতিবাদ।ইফালে গাঁও খনত বিদ্যুৎ কাটি দিয়াত বিপাঙত পৰিছে ছাত্র ছাত্ৰী তথা অভিভাৱক সকল।কাৰণ কেইদিন মান পাছতেই আছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ টেষ্ট পৰীক্ষা।কেনেকৈ পঢ়িব গাঁওখনৰ ছাত্র ছাত্ৰীসকল ।
শুনক এইজন 2,24,495/- টকীয়া বিল লাভ কৰা ভূক্ত ভোক্তভোগী গ্ৰাহকৰ মুখেৰে ।
Byte:publicsConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.