ETV Bharat / state

5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ - এছিয়া বুক অৱ ৰেকৰ্ডছ

জ্বলন্ত অঙঠা খাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছকে আদি কৰি তিনিটাকৈ ৰেকৰ্ড আঁজুৰাৰ লগতে ইণ্ডিয়াছ গট টেলেন্ট আৰু ইণ্ডিয়া বনেগা মঞ্চ নামৰ দুটাকৈ ৰিয়েলেটি শ্ব'ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মাজুলীৰ ৰিদিপ শইকীয়া ৷

5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ
author img

By

Published : Mar 31, 2019, 7:54 PM IST

এফালে ,যদি বিস্কুটৰ দৰে খাইছে জলন্ত অঙঠা,আনফালে আকৌ পানীত ভাসমান অৱস্থাত 30 টাকৈ আসন আৰু নিজাকৈ উদ্ভাৱন কৰা কিছু সাঁতোৰৰ কচৰৎ কৰি দেখুৱাইছেমাজুলীৰ ৰতনপুৰ গাঁৱৰ ৰিদিপ শইকীয়াই ৷

5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ

এটা,দুটা নহয়, 5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ কৰিগীনিছ বুক অৱ ৰেকৰ্ড খিতাপৰ বাবে প্ৰস্তুতি চলাইছেৰিদিপে ৷

ইতিমধ্যে জ্বলন্ত অঙঠা খাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছকে আদি কৰি তিনিটাকৈ ৰেকৰ্ড আঁজুৰাৰ লগতে ইণ্ডিয়াছ গট টেলেন্ট আৰু ইণ্ডিয়া বনেগা মঞ্চ নামৰ দুটাকৈ ৰিয়েলেটি শ্ব'ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰিদিপশইকীয়া ৷

Slug- Majuli Ridip r ongatha record 

জ্বলন্ত জুই আঙঠা ভক্ষণ কৰি আনিছে কেবাটাও অভিলেখ : 

এই বাৰ সাজু গ্ৰীনীজ নিজৰ নাম লিখিবলৈ মাজুলীৰ ৰিদিপ শইকীয়া।

Intro: যি জ্বলন্ত জুইএ দহন কৰে সকলো সেই জুইকে ভক্ষণ কৰিছে এজন যুৱকে।এটা দুটা নহয়, নহয় ১০০ বা ২০০ টা হাজাটা জলন্ত পকা অঙঠা খাব মাত্ৰ ৫ মিনিটত। ৫ মিনিটত ১০০০ টা জ্বলন্ত পকা অঙঠা ভক্ষণ কৰি গিনিচ বুক অৱ ৰেকৰ্ডত নাম লিখিবলৈ প্ৰস্তুতি চলাইছে মাজুলীৰ এইজন যুৱকে। চাওঁক আমাৰ এক প্ৰতিবেদন---
  VO... হয়, এওঁ মাজুলীৰ ৰিদিপ শইকীয়া। যি গৰাকী যুৱকে পকা অঙঠা খাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, এচিয়া বুক অৱ ৰেকৰ্ডকে ধৰি তিনিটাকৈ ৰেকৰ্ড গ্ৰহিবলৈ ইতিমধ্যে সক্ষম হৈছে। ইয়াৰ উপৰিও ইণ্ডিয়া গড টেলেন্ট আৰু ইণ্ডিয়া বনেগা মনচ নামৰ দুটাকৈ ৰিয়েলেটি চ' ত সমগ্ৰ ভাৰততে সমাদৃত হৈছে সেইজন মাজুলী ৰতনপুৰ গাঁৱৰ যুৱক ৰিদিপ শইকীয়া এতিয়া ব্যস্ত গ্ৰিনিচ বুক অৱ ৰেকৰ্ড খিটাপ অৰ্জনৰ প্ৰস্তুতিত। মাত্ৰ ৫ মিনিটত ১০০০ জলন্ত পকা অঙঠা খাই এই ৰেকৰ্ডৰ প্ৰস্তুতি চলাইছে ৰিদিপে।
   বাইট--- ৰিদিপ
  একেদৰে পানীত ভাসমান ৩০ খন আসন আৰু নিজাকৈ উদ্ভাৱন কৰা কিছু সাঁতোৰৰ কচৰৎ কৰি ব্যস্ত এইগৰাকী মাজুলীৰ যুৱক। আৰ্থিক চৰম দৈন্যতাই ৰিদিপৰ উত্তৰণত বহুত সময়ত বাধা দিছে। এই ক্ষেত্ৰত চৰকাৰৰো চৰম অৱহেলা। মাজুলীবাসীৰ আশা চৰকাৰে ৰিদিপৰ উত্তৰণত কিছু সহায় সহযোগিতা কৰক।

মাজুলীৰ পৰা যদুমনি শইকীয়া ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.