ETV Bharat / state

"নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি"

মাজুলীত সাংসদ প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰতিশ্ৰুতি প্ৰদান কৰাতকৈ কৰ্মতহে অধিক গুৰুত্ব প্ৰদান কৰে বুলি প্ৰকাশ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ।

author img

By

Published : Mar 29, 2019, 7:23 PM IST

MAJULI PRADAN BARUAH

মাজুলী,29 মাৰ্চ : বিজেপিক জয়যুক্ত কৰিলেহে ৰক্ষা পৰিব অসমৰ অস্তিত্ব । মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য আগবঢ়াই লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি বুলি মন্তব্য কৰে বৰ্তমানৰ সাংসদ গৰাকীয়ে। পুত্ৰক বিজয়ী কৰিবলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ৰাজনীতি কৰা বুলি কয় প্ৰাৰ্থী গৰাকীয়ে । প্ৰতিশ্ৰুতি প্ৰদান কৰাতকৈ কৰ্মতহে অধিক গুৰুত্ব প্ৰদান কৰে বুলি প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ।ইয়াৰোপৰি মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিব বুলিও মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে ।

মাজুলীত আজি নিৰ্বাছনী প্ৰচাৰ আগত লৈ উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা।
দেশ বছাবলে হ'লে বিজেপিক ভোত দিয়ক মাজুলীত সাংবাদিকৰ আগত সাংসদ প্ৰদান বৰুৱাৰ 
 A-VO-মাজুলীৰ পঞ্চায়তে-পঞ্চায়তে প্ৰচাৰত ব্যস্ত ১৪ নং লক্ষীমপুৰ সমষ্টীৰ সাংসদ প্ৰদান বৰুৱাৰ ।
মাজুলীত নিৰ্বাছনী প্ৰচাৰৰ লগতে সম্বোধন কৰে এক সংবাদ নেলৰ।
সংবাদ মেলত গত কাৰ্যকালত সাংসদ গৰাকূৰ দূৰ্বলতা আৰু বিফলতা সব্দৰ্ভত সাংবাদিকৰ ক্ষোৰধাৰ প্ৰশ্নৰ সন্মুখিন হয়।
নিউজ১৮ ৰ সাংবাদিকৰ প্ৰস্নত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল অনিয়মৰ কথা।
শুনক কি  প্ৰশ্নৰ সন্মোখিন হৈ কি ক'লে।

ইফালে সাংসদ গৰাকীয়ে মন্তব্য কৰে যে দেশ আৰু জাতিৰ ৰক্ষাৰ বাবে ভোত দিয়ক বিজেপি চৰকাৰক।
আৰু কয় কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা কেৱল তৰুন গগৈৰ পুত্ৰক বছাবলেহে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.