ETV Bharat / state

অসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা

author img

By

Published : Jan 17, 2021, 9:55 AM IST

মাজুলী জিলা সদৰৰ গড়মূৰ মিনি ষ্টেডিয়ামত টিপকাইৰ উদ্যোগত আৰু অসম চৰকাৰৰ সৌজন্যত অনুস্থিত হয় মাৰাথান দৌৰ প্ৰতিযোগিতা ৷ শৰীৰ চৰ্চাৰ লগতে স্বচ্ছতাৰ প্ৰতি সজাগতাৰ এই অভিযানত অংশগ্ৰহণ কৰে মাজুলী জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে ৷

অসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা
অসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা

মাজুলী,17 জানুৱাৰী: স্বচ্ছতাৰ দিশত এখোঁজ আগুৱাই যোৱাৰ উদ্দেশ্যেৰে টিপকাইৰ উদ্যোগত আৰু অসম চৰকাৰৰ সৌজন্যত মাজুলীত অনুস্থিত হয় মাৰাথান দৌৰ প্ৰতিযোগিতা ৷ দেওবাৰে মাজুলী জিলা সদৰৰ গড়মূৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা এই মাৰাথান দৌৰত অংশ লয় মাজুলী জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷

উল্লেখ্য যে, মাজুলীত প্ৰথমবাৰৰ বাবে অনুস্থিত কৰা এই মাৰাথান দৌৰ প্ৰতিযোগিতাত শৰীৰ চৰ্চাৰ লগতে স্বচ্ছতাৰ প্ৰতি সজাগতাৰ এই অভিযানত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ আঠৰ পৰা চৈধ্য বছৰ বয়সৰ আৰু পোন্ধৰৰ পৰা বাইছ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী সকলে আশানুৰূপ সহযোগিতা আগবঢ়াই এই কাৰ্যসূচীত ৷

লগতে পঢ়ক: ধিঙত বিদ্যালয়ৰ পৰিচালনা কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.