মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ বহু ব্যক্তি লগত সংযোগ হʼব ৷ নতুন বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
বৃষ ৰাশি : দিনটো কঠিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য কৰিব । পানীৰ পৰা দূৰত থাকক ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
কৰ্কট ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ এলেহুৱা অনুভৱ কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷
কন্যা ৰাশি : দিনটো শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিব ৷ জীৱনত সফল হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আজি কোনো লাভ বা ক্ষতি নাই । বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷ প্ৰেমত শুভ ৷
বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
ধনু ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ বিবাহিতসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
মকৰ ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বিবাহ যোগ ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ নিজৰ সৌন্দৰ্য চৰ্চাত মনোযোগ দিব ৷ প্ৰেমত শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
মীন ৰাশি : দিনটো শুভ ৷ সপোন পুৰণ হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে সু-সময় ৷ বনভোজৰ বাবেও উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷