ETV Bharat / state

মাজুলীত সন্ধানহীন বৃদ্ধ

author img

By

Published : Jul 2, 2019, 8:30 AM IST

Updated : Jul 2, 2019, 12:23 PM IST

4 জুনৰ পৰা মেৰাগড় মিছামাৰিৰ দোলন বণিয়া নামৰ লোকজন সন্ধানহীন হৈ আছে ৷ লোকজনৰ সম্ভেদ পালে 6003120447 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰে পৰিয়ালটিৰ

মাজুলীত সন্ধানহীন বৃদ্ধ

মাজুলী,2জুলাই :মাজুলীত সন্ধানহীন বৃদ্ধ ৷ মাজুলী বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মেৰাগড় মিছামাৰিৰ দোলন বণিয়া নামৰ লোকজন 4 জুনৰ পৰা সন্ধানহীন হৈ আছে ৷ প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে দোলন বণিয়া নামৰ লোকজন কোনো আত্মীয়ৰ ঘৰলৈ যাব পাৰে বুলি সন্দেহ কৰিছিল ৷ কিন্তু 1জুলাই লৈকে ব্যাক্তিজনৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত অৱগত কৰে ৷

মাজুলীত সন্ধানহীন বৃদ্ধ

ইফালে,আৰক্ষীৰ পৰা কোনো সঁহাৰি নোপোৱাত পৰিয়ালটো চিন্তিত হৈ কাষ চাপে সংবাদ মাধ্যমৰ ৷ কোনো সচেতন ব্যক্তিয়ে বৃদ্ধজনৰ সম্ভেদ পালে 6003120447 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

মাজুলীত পুনৰ বৃদ্ধ সন্ধানহীন ।

মাজুলীত পুনৰ বৃদ্ধ  সন্ধানহীন।মাজুলী বনগাঁও আৰক্ষী চকী অন্তৰ্গত মেৰাগড় মিছামাৰিৰ দোলন বণিয়া নামৰ (৬৫)  লোক জন  যোৱা ইংৰাজী 4 জুন তাৰিখৰ পৰা সন্ধানহীন হৈ আছে । প্ৰথম অৱস্থাত লোক জন কোনো আত্মীয় ঘৰত যাব পাৰে বুলি সন্দেহ কৰিছিল যদিও আজি পৰ্যন্ত লোক জনৰ শুংসুত্ৰ নোলোৱাত পৰিয়াল লোকে স্থানীয় আৰক্ষী চকীত কথা টো অৱগত কৰিছিল আৰু আৰক্ষীয়ে কোন ধৰণৰ সন্ধান দিবলৈ সক্ষম নহল। পৰিয়ালটো মুৰব্বী গৰাকীক নোহোৱা হোৱাত দিক বিদিক হেৰুৱাই পেলাইছে ।উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ  ওচৰত সহায় বিচাৰিছে আৰু  উক্ত ব্যক্তি গৰাকীৰ যদি কোনো ব্যক্তিয়ে সন্ধান পালে 6003120447 এই নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে সকলোকে আহ্বান জনাইছে।

মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।
Last Updated : Jul 2, 2019, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.