ETV Bharat / state

মাজুলীৰ ছাত্ৰই সাজি উলিয়ালে ইঞ্জিন যুক্ত চাইকেল - মাজুলীৰ

যানবাহন আইনে বহুতকে বিমোৰত পেলোৱাৰ সময়তে মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে পেট্ৰ'লচালিত ইঞ্জিনৰ এই বিশেষ বাই চাইকেলখন। মাজুলীৰ বিহিমপুৰ সত্ৰৰ গুণীন্দ্ৰ কৃষ্ণ মহন্তই ১৫ দিনত সাজি উলিয়াইছে এই বিশেষ বাইচাইকেল খন।

মাজুলীৰ ছাত্ৰই সাজি উলিয়ালে ইঞ্জিন যুক্ত চাইকল
author img

By

Published : Nov 2, 2019, 3:33 PM IST

Updated : Nov 2, 2019, 3:39 PM IST

মাজুলী, 2 নৱেম্বৰঃ এখন বিশেষ চাইকেল, এই চাইকেল খন চলাই আপুনি দ্ৰুত গতিত যাহ পাৰিব যিকোনো স্থানলৈ ৷ মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে এখন ইঞ্জিন যুক্ত চাইকেল ৷ ৮০ চি চিৰ এই টু ষ্ট্ৰক ইঞ্জিনযুক্ত চাইকেলখন এক লিটাৰ পেট্ৰ'লৰে যাব পাৰিব ২৬ কিলোমিটাৰ পৰ্যন্ত ৷

MAJULI INNOVATION OF BYCYCLE RUN BY PETROL
৮০ চি চিৰ টু ষ্ট্ৰক ইঞ্জিনযুক্ত চাইকেলখন
যানবাহন আইনে বহুতকে বিমোৰত পেলোৱাৰ সময়তে মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে পেট্ৰ'লচালিত ইঞ্জিনৰ এই বিশেষ বাই চাইকেলখন। মাজুলীৰ বিহিমপুৰ সত্ৰৰ গুণীন্দ্ৰ কৃষ্ণ মহন্তই ১৫ দিনত সাজি উলিয়াইছে এই বিশেষ বাইচাইকেল খন।
মাজুলীৰ ছাত্ৰই সাজি উলিয়ালে ইঞ্জিন যুক্ত চাইকল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ তৃতীয় স্নান্মাষিকৰ ছাত্র গুণীন্দ্ৰ কৃষ্ণ মহন্তই অধ্যয়নৰ মাজতে সাজি উলিওৱা চাইকেল খন লৈ ডিব্ৰুগড়ৰ পৰা মাজুলীৰ ঘৰলৈ আহে। দুমাহ পূৰ্বে নিৰ্মাণ কৰা চাইকেল খনৰ নিৰ্মাণত ব্যয় হৈছে মাত্ৰ ২১ হাজাৰ টকা। নতুন যান বাহন আইনে যদি আপোনাক সমস্যাত পেলাইছে তেনেহ'লে আপুনি এনে এখন চাইকেল ক্ৰয়ৰ কথা ভাৱিব পাৰে। গুণীন্দ্ৰ কৃষ্ণ মহন্তৰ এই চাইকেল খনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ভৱিষ্যতে এজন তাত্তিক পদাৰ্থ বিজ্ঞানৰ গৱেষক হোৱাৰ সপোন ছাত্ৰজনৰ। উল্লেখ্য যে, ফেচবুকৰ ভিডিঅ চাই নিৰ্মাণ কৰিছিল এই বাই চাইকেলখন ৷

লগতে চাওকঃৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

Intro:মাজুলীৰ ছাত্ৰই সাজি উলিয়ালে ইঞ্জিন যুক্ত চাইকলঃ
৮০ চি চি টুষ্টক ইঞ্জিন এক লিটাৰ প্ৰেটলত চলে ২৬ কিলোমিটাৰঃ
ফেচবুক ভিডিঅই উৎসাহ দিছিল ছাত্ৰ জনকঃ

VO... যানবাহান আইনে বহুতকে বিমুৰত পেলোৱাৰ সময়তে মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে প্ৰেট্ৰল ইঞ্জিন যুক্ত ৮০ চি চি টুষ্টক এখন বাই চাইকেল। মাজুলী বিহিমপুৰ সত্ৰৰ গুনিণ্ড কৃষ্ণ মহন্তই ১৫ দিনত এটা কিট অনলাইন সংগ্ৰহ কৰি সাজি উলিয়াইছে বাই চাইকেল খন। বিহিমপুৰ সত্ৰৰ মোহন চন্দ্ৰ মহন্ত আৰু ফুল মনি মহন্ত পুত্ৰ গুনিণ্ড কৃষ্ণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান তৃতীয় স্নান্মাষিকৰ ছাত্র। বিশ্ব বিদ্যালয়ৰ অধ্যয়নৰ মাজতে সাজি উলিওৱা চাইকেল খন লৈ ডিব্ৰুগড়ৰ পৰা মাজুলীৰ ঘৰলৈ আহে। দুমাহ পুৰ্বে নিৰ্মাণ কৰা চাইকেল খনৰ নিৰ্মাণ ব‍্যয় হয় ২১হাজাৰ টকা। যানবাহানৰ নতুন আইনে যদি আপোনালোক সমস্যা হৈছে তেনে আপুনি এনে এখন চাইকেল ক্ৰয়ৰ কথা ভাবিব পাৰে।
বাইটঃ গুনিণ্ড কৃষ্ণ মহন্ত।
তাত্তিক পদাৰ্থ বিজ্ঞান গৱেক হোৱাৰ সপোন ছাত্ৰ জনৰ।

Body:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated : Nov 2, 2019, 3:39 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.