ETV Bharat / state

লখিমপুৰত টোল গেটক কেন্দ্ৰ কৰি বিজেপি কৰ্মীৰে প্ৰতিবাদকাৰীৰ সংঘাত

author img

By

Published : Nov 13, 2020, 10:34 PM IST

প্ৰতিবাদী কাৰ্যসূচীত বাধা একাংশ বিজেপি পালিনেতাৰ ফলত দুয়ো পক্ষৰ মাজত খণ্ডযুদ্ধ সংঘটিত হয়। কৃষক মুক্তিৰ দাবী টোল গেট বন্ধৰ, আনহাতে বিজেপি পালিনেতাৰ দাবী উন্নয়নৰ বাবে টোল গেট লাগিবই ।

tollgate-bjp-kmss-conficit-at-bihpuria
লখিমপুৰত টোল গেটক কেন্দ্ৰ কৰি বিজেপি কৰ্মীৰে প্ৰতিবাদকাৰীৰ সংঘাত

বিহপুৰীয়া,13 নৱেম্বৰঃ লখিমপুৰৰ পথালিপাহাৰত উত্তপ্ত পৰিস্থিতি । নৱনিৰ্মিত টোল গেট বন্ধৰ দাবীৰে প্ৰতিবাদত নামিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি ।

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত বাধা একাংশ বিজেপি পালিনেতাৰ ৷ ফলত দুয়ো পক্ষৰ মাজত খণ্ডযুদ্ধ সংঘটিত হয় । কৃষক মুক্তিৰ দাবী টোল গেট বন্ধৰ, আনহাতে বিজেপি পালিনেতাৰ দাবী উন্নয়নৰ বাবে টোল গেট লাগিবই । পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটানাস্থলীত আৰক্ষীৰ উপস্থিতিত পৰিবেশ নিয়ন্ত্ৰণলৈ আহে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ সমষ্টি পৰিবৰ্তন হ’ব অগপৰ বহু জ্যেষ্ঠ নেতাৰ: টিকটক লৈও সংকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.