ETV Bharat / state

COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন - Sanitizer spray in each and every vehicle in Arunachal pradesh entry gate

অৰুণাচল প্ৰদেশৰ প্ৰৱেশ পথ বান্দৰদেৱাত ছেনিটাইজ কৰা হৈছে বহিঃ ৰাজ্যৰ পৰা প্ৰৱেশ কৰা মালবাহী ট্ৰাকৰ উপৰিও প্ৰতিখন যাত্ৰীবাহী ব্যক্তিগত বাহন ।

COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন
COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন
author img

By

Published : May 5, 2020, 3:24 PM IST

লখিমপুৰ, 5 মে : Covid 19 ক লৈ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তত পূৰ্বতকৈও অধিক সজাগ হৈছে অৰুণাচল চৰকাৰ। অৰুণাচলত প্ৰৱেশ কৰা প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এইবাৰ প্ৰতিখন গাড়ীত ছেনিটাইজৰ ছটিওৱাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন
COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন

ৰাজ্যখনৰ প্ৰৱেশ পথ বান্দৰদেৱাত ছেনিটাইজ কৰা হৈছে বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা মালবাহী ট্ৰাকৰ উপৰিও প্ৰতিখন যাত্ৰীবাহী ব্যক্তিগত বাহন ।

COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন
COVID 19 ক লৈ অধিক তৎপৰ অৰুণাচল প্ৰশাসন

বহিঃ ৰাজ্যৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা গাড়ীসমূহৰ দ্বাৰা যাতে ৰাজ্যখনত কৰ'ণা ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে বান্দৰদেৱাত ২৪ ঘণ্টাই সজাগ হৈ আছে অৰুণাচল প্ৰশাসনৰ লোক।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.