লখিমপুৰ, 09 চেপ্তেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল উত্তৰ অসম । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল গঠন ৷ সোমবাৰে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ বাধা প্ৰদান কৰে ৷ মহৰী কেম্পৰ পৰা গেৰুকামুখৰ ফালে অগ্ৰসৰ হোৱা শ শ প্ৰতিবাদীকে আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় যাৰ বাবে ৰাজপথত বহি পৰে সকলো প্ৰতিবাদকাৰী ৷ পৰৰ্বতী সময়ত জিলা দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও সংগঠনটোৰ নেতৃবৃন্দই অতি শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত এন এইচ পি চি আৰু ৰাজ্য চৰকাৰে সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে ৷
এন এইচ পি চিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিবাদ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল উত্তৰ অসম । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল গঠন ৷
লখিমপুৰ, 09 চেপ্তেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ উত্তাল উত্তৰ অসম । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল গঠন ৷ সোমবাৰে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ বাধা প্ৰদান কৰে ৷ মহৰী কেম্পৰ পৰা গেৰুকামুখৰ ফালে অগ্ৰসৰ হোৱা শ শ প্ৰতিবাদীকে আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় যাৰ বাবে ৰাজপথত বহি পৰে সকলো প্ৰতিবাদকাৰী ৷ পৰৰ্বতী সময়ত জিলা দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও সংগঠনটোৰ নেতৃবৃন্দই অতি শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত এন এইচ পি চি আৰু ৰাজ্য চৰকাৰে সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে ৷
Body:কেন্দীয় নেটাৰ উপস্থিত আৰম্ভ হোৱা মানৱ শৃংখলত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে আৰক্ষী অৰ্ধসামৰীক বাহিনীয়ে। শ শ লোক মহৰীকেম্পৰ পৰা গেৰুকামুখৰ ফালে অগ্ৰসৰ হওতেই খন্দ যুদ্ধ লাগিল আৰক্ষীৰে। উত্তপ্ত পৰিস্থিৰ মাজেৰে সকলো অগ্ৰসৰ হল সকলো গন্তব্য স্থানলৈ। কিন্ত আৰক্ষীয়ে বাধা প্ৰদান কৰাত ৰাজপথত বহি পৰিল সকলো। AJYCP ৰ কেন্দীয় নেতৃত্বত হুংকাৰ কোনো কাৰণত হৱলৈ দিয়া নহব নামণি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদন।
Conclusion:পৰিস্থি উত্তপ হৈ পৰা সময়তে দণ্ডাধিষৰ উপস্তিতিত কেন্দ্ৰীয় নেতৃত্বই দিলে কেইবাটাও স্বৰ্ত।
এসপ্তাহৰ ভিতৰত পৰ্যবেক্ষণ কৰিবলৈ দিয়া হওক
জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ স্থলী।
NHPC আৰু ৰাজ্য চৰকাৰে ৰাজহুৱা কৰক সকলো তথ্য।
লগৰে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় নেতৃত্ব ই।