ETV Bharat / state

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ - ETV_ASSAM

গেৰুকামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Aug 3, 2019, 4:30 PM IST

লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ গেৰুকামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ দিনৰ 11 বজাত প্ৰায় এঘণ্টাৰ বাবে ঘাইপথটো অৱৰোধ কৰি কোনো কাৰণতে প্ৰকল্পটো কাৰ্যক্ষম হ'বলৈ নিদিয়া হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে ৷

Intro:গেৰুকামুগত নিৰ্মিয়মান সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুধীতাৰে লখিমপুৰ পথ অবৰোধ অসম জাতীয় তাবাদী যুৱ ছাত্র পৰিসদৰ লখিমপুৰ জিলা সমিতিৰ।

Body:১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ যুৱ ছাত্ৰ পৰিসদৰ লগতে স্থানীয় লোকৰ । ১১ বজাৰ পৰা প্ৰায় এঘণ্টাৰ বাবে পথ অবৰোধ ৰ ফলত বন্ধ হৈ পৰিল যান বাহনৰ চলাচল।সংগঠণটোৰ হুংকাৰ ন্যায়ালয়ে দিয়া ৰাই সম্পুৰ্ণ নদীবান্ধ ৰ পক্ষত। কোনো কাৰণতে কাৰ্যক্ষম হবলৈ দিয়া নহব নামণি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প।

Conclusion:পথ অবৰোধ স্থলীতে জাতীয় তাবাদী যুৱ ছাত্ৰ পৰিসদৰ নেতৃত্বত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.