লখিমপুৰ, 28 জুলাইঃ নাঁওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ দহখনকৈ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি ৷ উন্নয়নখণ্ডটোৰ অধীনস্থ ফুলবাৰী পঞ্চায়তত সংঘটিত হৈছে লক্ষাধিক টকাৰ দূৰ্নীতি ৷ অঞ্চলটোৰ নিজৰাপাৰ-গোপালপুৰ গ্ৰাম্য পথ নিৰ্মাণত বিসংগতি কৰিছে ঠিকাদাৰে ৷ ইয়াকে লৈ দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷
নাওবৈচা ফুলবাৰীত পথ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ
জৰাজীৰ্ণ হৈ পৰা পথৰ মেৰামতিৰ দাবীৰে ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
নাওবৈচা ফুলবাৰী পথ
লখিমপুৰ, 28 জুলাইঃ নাঁওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ দহখনকৈ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি ৷ উন্নয়নখণ্ডটোৰ অধীনস্থ ফুলবাৰী পঞ্চায়তত সংঘটিত হৈছে লক্ষাধিক টকাৰ দূৰ্নীতি ৷ অঞ্চলটোৰ নিজৰাপাৰ-গোপালপুৰ গ্ৰাম্য পথ নিৰ্মাণত বিসংগতি কৰিছে ঠিকাদাৰে ৷ ইয়াকে লৈ দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷
Intro:লখিমপুৰ জিলা নাওবৈচা উন্নয়ন খণ্ড অধীনস্থ দহখন পঞ্চায়তত ৰূপায়ন কৰা অভিলাষী গ্ৰামোন্নয়ন আচনীসমূহ ৰূপায়ন কৰা নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি।Body: নাওবৈচা ২৮ জুলাই #নাওবৈচা উন্নয়ন খণ্ড অধীনস্থ ফুলবাৰী পঞ্চায়তত ৰূপায়ন কৰা এমজি এনেৰেগা আঁচনিত দুৰ্নীতি হোৱা অভিযোগ ৰাইজৰ।#
## ফুলবাৰীৰ নিজৰাপাৰ- গোপালপুৰ গ্রাম্য পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি।##
##দেওবাৰে পথটোত বাঁহবান্ধি ৰাইজৰ তীব্র প্ৰতিবাদ #
## পথটোৰ নামত দুবাৰকৈ পুঁজি আৱৰ্তন হৈছিল যদিও সামান্য কাম কৰিয়েই আবন্তিত পুঁজি আত্মসাত কৰিলে দালাল , কনিষ্ঠ অভিযন্তা আৰু বিভাগীয় কৰ্তৃপক্ষই##
## প্ৰথম বাৰ ৪লাখ আৰু দ্বিতীয় বাৰ ছয় লাখ আৱৰ্তন দিয়াৰ পিছতো পথ টো নহল একো উন্নতি।##
##শেষত উপায়হীন হৈ স্থানীয় দেওবাৰ পথটো বাঁহেৰে বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।##
## পথটো সম্পূৰ্ণ নোহোৱা লৈকে ৰাইজে পথটোৰে যাতায়ত বন্ধ ৰাখিব বুলি দাবী জনায়।##Conclusion:এই ক্ষেত্ৰত জিলা উপায়ুক্ত গৰাকীয়ে উপযুক্ত তদন্ত জৰিয়তে পথটো নিৰ্মাণত জড়িত দালাল চক্ৰ টোক চিনাক্ত কৰি শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে।
নিতুল বৰা
নাওবৈচা
২৮/৭/১৯