ETV Bharat / state

লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক

লখিমপুৰত বুধবাৰে এগৰাকী চিকিৎসক কভিড-১৯ ত আক্ৰান্ত হয় । আক্ৰান্ত লোকজনে দীৰ্ঘদিনৰ পৰা কোৱাৰেন্টাইন চেন্টাৰৰ তত্বাবধানত আছিল।

One more coronan patient in lakhimpur
লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক
author img

By

Published : Jun 3, 2020, 8:48 PM IST

লখিমপুৰ, ৩ জুন : বুধবাৰে লখিমপুৰত পুনৰ এগৰাকী চিকিৎসকৰ দেহত কভিড-১৯ ৰ উপস্থিতি ধৰা পৰে। আক্ৰান্ত হোৱা লোকজন এগৰাকী চিকিৎসক বুলি জানিব পৰা গৈছে। লখিমপুৰৰ OPD কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত তত্বাবধায়ক আছিল চিকিৎসক গৰাকী । সম্প্ৰতি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে লোকজনক ।

One more coronan patient in lakhimpur
লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক

লগতে পঢ়ক : নাওবৈচাত বিজেপিৰ গছপুলি বিতৰণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.