ETV Bharat / state

নাওবৈচাত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপিত যোগদানৰ বাবে হেঁচা কংগ্ৰেছৰ সভানেত্ৰীক ৷ বিজেপিত যোগদান নকৰাৰ বাবেই পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থাৰ অভিযোগ ৷

author img

By

Published : Dec 12, 2020, 1:25 PM IST

Nowboicha_Congress_party_Protest
নাওবৈচাত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

নাওবৈচা, ১২ ডিচেম্বৰ : বিজেপিৰ বিৰুদ্ধে নাওবৈচাৰ দল'হাট-সোনাপুৰ গাঁও পঞ্চায়তত শুকুৰবাৰে সহস্ৰাধিক লোকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে, কংগ্ৰেছৰ সভানেত্ৰী প্ৰভাতী দদৰাইৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছিল ৭ গৰাকী বিজেপিৰ ৱাৰ্ড সদস্যই। বিজেপিত যোগদান কৰিলেহে অনাস্থা প্ৰস্তাৱ উঠাই লোৱাৰ চৰ্ত প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে মুৰ্দাবাদ, বিজেপি গ' বেগ, বিজেপিৰ দাদাগিৰী নচলিব আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

উল্লেখ্য যে, দল'হাট-সোনাপুৰ গাওঁ পঞ্চায়তত মুঠ ১০ গৰাকী ৱাৰ্ড সদস্যৰ ৭ গৰাকী বিজেপিৰ আৰু ৩ গৰাকী কংগ্ৰেছৰ। সভানেত্ৰী প্ৰভাতী দদৰাইৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি বিজেপিৰ ৱাৰ্ড সদস্যসকলে অনাস্থা দিয়াক লৈ পঞ্চায়ত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা কংগ্ৰেছ কৰ্মীয়ে।

লগতে পঢ়ক: চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.