ETV Bharat / state

Lilabari Airport will connect Alliance Air: একাধিক নতুন বিমানে সামৰিব লখিমপুৰক

author img

By

Published : Oct 18, 2022, 8:59 PM IST

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ সৈতে আকাশী পথেৰে সংযোগ হ'ব গুৱাহাটী, (Guwahati will connected by air to Lakhimpur) তেজপুৰ, শ্বিলং, কলকাতা । এলায়েন্স এয়াৰৰ কেইবাখনো নতুন বিমান চলিব লখিমপুৰৰ পৰা । এক সূত্ৰই এই বিষয়ে সদৰি কৰিছে ।

Lilabari Airport will connect Alliance Air
একাধিক নতুন বিমানে সামৰিব লখিমপুৰক

লখিমপুৰ, ১৮ অক্টোৱৰ: অহা ৩০ অক্টোবৰৰ পৰা লখিমপুৰৰ সৈতে আকাশী পথেৰে সংযোগ হ'ব গুৱাহাটী, (Guwahati will connected by air to Lakhimpur) তেজপুৰ, শ্বিলং, কলকাতা বিমান বন্দৰ । এক সূত্ৰ অনুসৰি এলায়েন্স এয়াৰৰ কেইবাখনো নতুন বিমান চলিব (new aircraft of Alliance Air fly from Lakhimpur) লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা ।

উল্লেখ্য বৰ্তমান নিতৌ পূৱা কলকাতাৰ পৰা ৫:৫০ বজাত অহা যাত্ৰীবাহী ৯১৭৫১ নম্বৰৰ বিমান খনে লখিমপুৰৰ লীলাবাৰী বিমান (Lilabari Airport in Lakhimpur) বন্দৰত অৱতৰণ কৰি পুনৰ ৮:২৫ বজাত উৰা মাৰি ১০:৩৫ বজাত কলকাতাত উপস্থিত হয় । লখিমপুৰৰ পৰা নিতৌ মাথো এখন বিমান কলকাতা-লখিমপুৰৰ মাজত চলাচল কৰি আছে । এই একমাত্র বিমানখনৰ বাহিৰে ইমান দিনে লখিমপুৰৰ পৰা দেশৰ অথবা ৰাজ্যৰ আন ঠাইৰ সৈতে আকাশী পথে সংযোগ হোৱা নাছিল ।

একাধিক নতুন বিমানে সামৰিব লখিমপুৰক

বিগত সময়ত ৰাজধানী মহানগৰীক লখিমপুৰৰ পৰা আকাশী পথেৰে সংযোগ কৰাৰ দাবী উত্থাপন কৰি আহিছিল । প্ৰাপ্ত তথ্য মতে,এলায়েন্স এয়াৰৰ ৯১৭৩৫ নম্বৰৰ বিমান খন অহা ৩০ অক্টোবৰৰ পৰা সপ্তাহৰ সোম,বুধ, শুক্র আৰু শনিবাৰে লীলাবাৰীৰ পৰা শ্বিলঙলৈ চলিব (Alliance Air will fly from Lakhimpur to Shilong) । এই বিমানখন পূৱা ১০:৩৫ বজাত শ্বিলঙৰ পৰা উৰা মাৰি ১১:৩৫ বজাত লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব । এই বিমানখনে পুনৰ ১১:৫৫ বজাত লীলাবাৰীৰ পৰা উৰা মাৰি ১২:৫৫ বজাত শ্বিলং পাবগৈ ।

তদুপৰি এলায়েন্স এয়াৰৰ আন এখন বিমান চলিব লীলাবাৰীৰ পৰা তেজপুৰ (Alliance Air will fly from Lakhimpur to Tezpur) হৈ গুৱাহাটী লৈ । এলায়েন্স এয়াৰৰ ৯১৭২৯ নম্বৰৰ বিমানখন মঙল, বৃহস্পতি আৰু দেওবাৰে চলিব । বিমানখন তেজপুৰৰ পৰা পূৱা ১১:১৫ বজাত তেজপুৰ ৰ পৰা উৰা মাৰি ১২:১৫ বজাত লখিমপুৰৰ লীলাবাৰী পাব । লীলাবাৰীৰ পৰা ১২:৪০ বজাত উৰা মাৰি ১:৪০ বজাত পুনৰ তেজপুৰত অৱতৰণ কৰিব । এই বিমানখনে পুনৰ ২:১০ বজাত তেজপুৰৰ পৰা উৰা মাৰি ৩:১০ বজাত গুৱাহাটীত অৱতৰণ কৰিব ।

এই খবৰে এটিয়া লখিমপুৰৰ ৰাইজক আহ্লাদিত কৰিছে । কিয়নো দীর্ঘদিন ধৰি আকাশী পথেৰে লখিমপুৰক কেৱল কলকাতাৰ সৈতেহে সংযোগ কৰা হৈছিল ।

লগতে পঢ়ক:Special examination for Grade IV PWD: 511টা চতুৰ্থ বৰ্থ ৰ্গৰৰ্গ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.