ETV Bharat / state

উদুলি- মুদুলি মাধৱদেৱ সমন্বয় ক্ষেত্ৰ - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 26 সংখ্যক কেন্দ্ৰীয় শিশু ,যুৱ আৰু আইমাতৃ সমাৰোহ

ভক্তিৰসত বুৰ যাব বাৰ বৈষ্ণৱৰ জন্মভূমি,পূৰ্ণগতিত প্ৰস্তুতি চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 26 সংখ্যক কেন্দ্ৰীয় শিশু ,যুৱ আৰু আইমাতৃ সমাৰোহৰ ৷

মাধৱদেৱ সমন্বয় ক্ষেত্ৰ
author img

By

Published : Sep 29, 2019, 7:08 PM IST

বিহপুৰীয়া,29 ছেপ্টেম্বৰঃ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ লগতে ১২ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰ ৷ দেওবাৰে মাধৱদেৱ সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 26 সংখ্যক কেন্দ্ৰীয় শিশু ,যুৱ আৰু আইমাতৃ সমাৰোহৰ লাইখুঁটা ৷ অহা ১,২ আৰু ৩ নৱেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ তম কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহখনকলৈ এতিয়া চৌদিশে উছৱমুখৰ পৰিৱেশ ৷ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশনখনলৈ আহিবলগীয়া ভকত-বৈষ্ণৱ সকলক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি ৷ পুৰুষ-মহিলা সকলো ওলাই আহিছে লাইখুঁটা স্থাপনস্থলীলৈ । এক কথাত ক'বলৈ গ'লে ভক্তিৰসত বুৰ গৈছে হৈ সমগ্ৰ পৰিৱেশ ৷

Intro:ভক্তিৰসত বুৰ যাব বাৰ বৈষ্ণৱৰ জন্মভূমি৷ শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহৰ লাইখুটা স্থাপন৷ উদুলি - মুদুলি মাধৱদেৱ সমন্বয় ক্ষেত্র৷ চলিছে পূৰ্ণ গতিত অধিবেশনৰ প্ৰস্তুতি৷

বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ লগতে ১২ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰ ৷ অহা ১,২ আৰু ৩ নৱেম্বৰত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ২৬ তম কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহখনিৰ আজি মাধৱদেৱ সমন্বয় ক্ষেত্র নাৰায়ণপুৰত লাইখুঁটা স্থাপন কৰা হয় ৷ মাধৱদেৱ সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব লগা অধিৱেশন খনকলৈ এতিয়া চৌদিশে বিৰাজ কৰিছে উদুলি-মুদুলি পৰিবেশে ৷ কাৰো যেন আহৰিয়েই নাই ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অধিৱেশন খনলৈ আহিব লগীয়া ভকত-বৈষ্ণৱ সকলক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি ৷ পুৰুষ-মহিলা সকলো ওলাই আহিছে লাইখুঁটা স্থাপনস্থলিলৈ । এক কথাত কবলৈ গ'লে ভক্তিৰসত বুৰ গৈছে হৈ সমগ্ৰ পৰিবেশ৷Body:ভক্তিৰসত বুৰ যাব বাৰ বৈষ্ণৱৰ জন্মভূমি৷ শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহৰ লাইখুটা স্থাপন৷ উদুলি - মুদুলি মাধৱদেৱ সমন্বয় ক্ষেত্র৷ চলিছে পূৰ্ণ গতিত অধিবেশনৰ প্ৰস্তুতি৷

বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ লগতে ১২ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰ ৷ অহা ১,২ আৰু ৩ নৱেম্বৰত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ২৬ তম কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহখনিৰ আজি মাধৱদেৱ সমন্বয় ক্ষেত্র নাৰায়ণপুৰত লাইখুঁটা স্থাপন কৰা হয় ৷ মাধৱদেৱ সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব লগা অধিৱেশন খনকলৈ এতিয়া চৌদিশে বিৰাজ কৰিছে উদুলি-মুদুলি পৰিবেশে ৷ কাৰো যেন আহৰিয়েই নাই ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অধিৱেশন খনলৈ আহিব লগীয়া ভকত-বৈষ্ণৱ সকলক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি ৷ পুৰুষ-মহিলা সকলো ওলাই আহিছে লাইখুঁটা স্থাপনস্থলিলৈ । এক কথাত কবলৈ গ'লে ভক্তিৰসত বুৰ গৈছে হৈ সমগ্ৰ পৰিবেশ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.