ETV Bharat / state

বিধায়ক উৎপল দত্তৰ ভোটাধিকাৰ সাব্যস্ত

author img

By

Published : Apr 11, 2019, 9:05 AM IST

পুৱা 7 বজাত ভোটাধিকাৰ সাব্যস্ত কৰিলে অগপ বিধায়ক জনে

উৎপল দত্তৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত

লখিমপুৰ, 11 এপ্ৰিল: সমগ্ৰ ৰাজ্যতে পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে লখিমপুৰৰ বিধায়ক উৎপল দত্তই ৷

উৎপল দত্তৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 65 নং ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত অগপৰ বিধায়ক জনৰ ৷

পুৱা ৭ বজাত ভোটাধিকাৰ সাব্যস্ত কৰিলে লখিমপুৰৰ বিধায়ক উৎপল দত্তই। লখিমপুৰ বালিকা উচ্ছত্তৰ মাধ্যমিক বিদ্যালয়ৰ ৬৫ নং ভোট কেন্দ্ৰত  ভোটাধিকাৰ সাব্যস্ত অ গ পৰ বিধায়ক জনৰ।

visual send ftp 
A_nlp_ utpal dutta vote

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.