ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত

বিহপুৰীয়াৰ ৪০০ বছৰ পুৰণি আদি এলেঙী সত্ৰত পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱৰ অন্তিম দিনা উলিওৱা হয় গোবিন্দৰ ঘুনুচা যাত্ৰা।

পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত
পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত
author img

By

Published : Mar 10, 2020, 12:18 PM IST

Updated : Mar 10, 2020, 12:34 PM IST

লখিমপুৰ,10 মাৰ্চঃ অসমৰ বিভিন্ন স্থানত কৰ'ণা ভাইৰাছৰ আতংকত হোলীৰ আনন্দ ম্লান পৰিছে যদিও বিভিন্ন স্থানত পৰম্পৰা ৰক্ষা কৰি উৎযাপন কৰা হ'ল হোলী। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৪০০ বছৰ পুৰণি আদি এলেঙী সত্ৰত পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱৰ অন্তিম দিনা উলিওৱা হয় গোবিন্দৰ ঘুনুচা যাত্ৰা

LAKHIMPUR HOLI CELEBRATION ETV BHARAT ASSAM NEWS
দৌল উৎসৱৰ অন্তিম দিনা উলিওৱা হয় গোবিন্দৰ ঘুনুচা যাত্ৰা

গায়ন বায়ন,হোলী গীতেৰে মুখৰিত হৈ পৰিল চৌপাশ। বিহপুৰীয়াৰ বিভিন্ন স্থানৰ নামঘৰ,সত্ৰত পৰিভ্ৰমণ কৰি আনন্দ উল্লাসৰ মাজেৰে ৰক্ষা কৰা হয় বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা। সকলোৰে আশা আবিৰৰ ৰঙে নোহোৱা কৰিব ভেদাভেদ,কটকটীয়া হ'ব ভাতৃত্ববোধৰ এনাজৰী।

পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত

লগতে চাওকঃমধ্য প্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ

Last Updated : Mar 10, 2020, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.