ETV Bharat / state

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Nov 11, 2019, 1:17 PM IST

লখিমপুৰৰ খেলমাটিত ভয়াৱহ অগ্নিকাণ্ড ৷ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় দুখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ধ্বংস স্তূপত পৰিণত লক্ষাধিক টকাৰ সামগ্ৰী ৷

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

লখিমপুৰ, 11 নৱেম্বৰ: সোমবাৰে পুৱতি নিশা লখিমপুৰ নগৰৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত এখন ৰঙৰ দোকানৰ লগতে টায়াৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও দীৰ্ঘ সময়ৰ পিচতহে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

লখিমপুৰত অগ্নিকাণ্ড

জুইৰ লেলিহান শিখাই ধ্বংস স্তূপত পৰিণত কৰিলে দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লক্ষাধিক টকাৰ সামগ্ৰী ৷ বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ একাংশ প্ৰত্যক্ষদৰ্শীৰ ৷

লগতে চাওকঃ অভিনেত্ৰী চেতনা দাসলৈ 2019 বৰ্ষৰ প্ৰজন্ম বঁটা প্ৰদান

Intro:পুৱতি নিশা লক্ষীমপুৰ নগৰত ভয়াবহ অগ্নিকাণ্ড ।অগ্নিকাণ্ড সংঘটিত হয় নগৰ খনৰ খেলমাটিত ব্যৱসায়িক প্ৰতিষ্ঠানত।Body:অগ্নিকাণ্ডৰ ফলত এখন ৰঙৰ দোকান আৰু এখন টায়াৰ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় । ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হল যদিও দীৰ্ঘ সময়ৰ মুৰতহে সক্ষম হয় অগ্নি নিৰ্বাপন কৰিবলৈ।
জুইৰ লেলিহান শিখাই ধংস স্তুপত পৰিণত কৰিলে দুয়োখন ব্যবসায়ীক প্ৰতিষ্ঠানৰ বহু লাখ টকাৰ সম্পত্তি । কিহৰ কাৰণে এই অগনি কাণ্ড সংঘটিত হল সেইয়া এতিয়াও ঠাৱৰ কৰিব পৰা নাই ।Conclusion:প্ৰত্যক্ষ দৰ্শীৰ সন্দেহ বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিৰ সুত্ৰপাত হয় ব্যৱসায়িক প্ৰতিষ্ঠানত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.